• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এমেৰিকান যুটীয়া প্ৰযোজনাত জাহ্নু বৰুৱাই পৰিচালনা কৰিব ‘Unread Pages’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 5:07 pm
jahnu-barua

সংবাদমেলত জাহ্নু বৰুৱা অন্যান্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰখ্যাত চিনে’মা নিৰ্মাতা জাহ্নু বৰুৱাই প্ৰথমবাৰৰ বাবে এমেৰিকান যুটীয়া প্ৰযোজনাত ‘Unread Pages’ নামৰ এখন চিনে’মা পৰিচালনা কৰিবলৈ লৈছে।

এই যুটীয়া প্ৰযোজনাৰ বাবে চুক্তিবদ্ধ হৈছে মুম্বাইৰ ইস্তাৰলি এন্তাৰ্টেইনমেন্ত আৰু হলিউদৰ ইভানহ’ পিক্সাৰ্ছ।

Apply Now

‘Unread Pages’ সুখী পৰিয়াল এটা ভাগি যোৱাৰ গভীৰ বেদনাদায়ক এক কাহিনী। চিনে’মাখনৰ নায়ক তেওঁৰ জনমভূমি আৰু সংস্কৃতিৰ পৰা বিচ্ছিন্ন এজন মানুহ যি অসমত তেওঁৰ পৰিচয় ঘূৰাই পোৱাৰ বাবে বহু বছৰ পিছত নিউ য়ৰ্কৰ পৰা ঘূৰি আহিছে।

চিনে’মাখনৰ প্ৰযোজক ইস্তাৰ্লি এন্তাৰ্টেইনমেন্তৰ শ্বানাব আলমে কয়, ‘কাহিনীটো যিহেতু মূলতঃ অসম নিৰ্ভৰ, সেয়ে চিনে’মা খনৰ চিত্ৰগ্ৰহণ অসমতে হোৱা উচিত।’

চিনে’মা খনে নতুনকৈ গৃ্হীত ৰাজ্যিক পৰ্য্যটন নীতিৰ চৰ্তসমূহ পূৰণ কৰিলে ১ কোটি টকালৈকে সম্পূৰ্ণ সুবিধা আদায় কৰিবলৈ সক্ষম হ’ব।

অসম পৰ্য্যটন উন্নয়ন নিগমে অসমক লৈ নিৰ্মীত চিনে’মাৰ যোগেদি ৰাজ্যখনত চিনে’মা পৰ্য্যটন প্ৰসাৰৰ বাবে বিশেষ গুৰুত্ব দিছে।

জাহ্নু বৰুৱাই কয়, ‘চিনে’মা খনৰ ৩০% সংলাপ ইংৰাজীত হ’ব। উজনি অসম আৰু উত্তৰ এমেৰিকাত ইয়াৰ চিত্ৰগ্ৰহণ কৰা হ’ব।’

চিনে’মা খন অহা দুবছৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। ইয়াত স্থানীয় অসমীয়াৰ লগতে বিদেশী অভিনেতায়ো অভিনয় কৰিব।

এই সন্দৰ্ভত আয়োজিত এক সংবাদ মেলত জাহ্নু বৰুৱাই কয় ‘মই প্ৰকল্পটোক লৈ আশাবাদী। ই মোৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা হ’ব। চিনে’মা নিৰ্মাণত প্ৰচুৰ দলবদ্ধ খাটনিৰ প্ৰয়োজন। এনে এক প্ৰকল্পৰ বাবে একগোট হোৱাতো অসমৰ বাবেও এক ডাঙৰ অগ্ৰগতি।’

প্ৰযোজনা সংস্থা ইভানহ’ পিক্সাৰ্ছ অসমত তেওঁলোকৰ এই প্ৰথম প্ৰকল্পটোক লৈ আশাবাদী বুলি মত প্ৰকাশ কৰে সংস্থাটোৰ কাৰ্য্যবাহী উপ-সঞ্চালক কিলিয়ান কেৰৱিনে।

জাহ্নু বৰুৱা ইয়াৰ পূৰ্বেও বলিউদ আৰু বিদেশৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত আছিল।

সংবাদমেলখনত অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd