• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

এল্যুৰ ফেশ্যন ট্যুৰ মিছ ইণ্ডিয়া ২০১৮ত ছিকিমৰ বন্দনা ৰাইৰ মিছ ইণ্ডিয়াৰ খিতাপ জয়

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 11, 2018 8:18 am
bandana rai allur miss india3 2018
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এল্যুৰ ফেশ্যন ট্যুৰ মিছ ইণ্ডিয়া ২০১৮ত ছিকিমৰ বন্দনা ৰাইয়ে মিছ ইণ্ডিয়াৰ খিতাপ জয় কৰিছে। এই প্ৰতিযোগিতাত তেওঁ মিছ ৰেম্প-ৱাক খিতাপো অৰ্জন কৰিছে। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেৱেঁই একমাত্ৰ প্ৰতিদ্বন্দ্বী।

১৯ বছৰীয়া বন্দনা হৈছে শোভা ৰাই আৰু প্ৰয়াত ধন ৰাজ ৰাইৰ কন্যা। তেওঁ পূব ছিকিমৰ গেংটকৰ ছিচেৰ বাসিন্দা। টাডংস্থিত ছিকিম গভৰ্নমেণ্ট কলেজৰ তেওঁ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী। ২০১৬ চনত বন্দনাই মিছ কিৰৱা ৰাই ছিকিম খিতাপো অৰ্জন কৰিছিল।

Apply Now

নতুন দিল্লীৰ অশোকা হোটেলত এল্যুৰ ফেশ্যন ট্যুৰ মিছ আৰু মিছেছ ইণ্ডিয়া ২০১৮ৰ আয়োজন কৰিছে এল্যুৰ টেবলইডৰ স্বত্বাধিকাৰী দেব জিন্দালে। এই প্ৰতিযোগিতা তিনিটা বিভাগত আয়োজন কৰা হৈছে-মিছেছ ক্লাছিক, মিছেছ ইণ্ডিয়া আৰু মিছ ইণ্ডিয়া। ১ মে’ৰ পৰা ৩ মে’লৈকে প্ৰতিযগিতাখনৰ গ্ৰুমিং ছেছন আয়োজন কৰা হৈছিল আৰু গ্ৰেণ্ড ফিনালি অনুস্থিত হৈছিল ৪ মে’।

জানিব পৰা গৈছে যে ৫০গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ১৯ গৰাকীক গ্ৰেণ্ড ফিনালিৰ বাবে বাছনি কৰা হৈছিল। গ্ৰেণ্ড ফিনালিত বন্দনা বিজয়ী হৈছিল।

গৃহ চহৰ গেংটকলৈ উভতি অহাৰ পাছত বন্দনাই মিছ ইণ্ডিয়া ২০১৮ত বিজয়ী হোৱাৰ বাবে তেওঁৰ আনন্দ প্ৰকাশ কৰিছিল। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সৰ্বোত্তম মডেলসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা অত্যন্ত কঠিন আছিল আৰু ইয়াত তেওঁ বহুপতো কথা শিকিব পাৰিছিল বুলি কৈছে। প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছত বন্দনাই আয়োজকসকলৰ সৈতে এবছৰৰ চুক্তিবদ্ধ হৈছে আৰু এখনদক্ষিণ ভাৰতীয় চিনেমাত অভিনয়ৰ আমন্ত্ৰণ লাভ কৰিছে।

বন্দনাই এতিয়া পৰবৰ্তী বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে পূ্ণ আয়োজন কৰি থকাৰ কথা প্ৰকাশ কৰিছে। মডেলিঙৰ উপৰিও বন্দনাৰ অভিনয় আৰু নৃত্যৰ প্ৰতি আগ্ৰহ আছে। তেওঁ আৰু কয় যে স্নাতক হোৱাৰ পাছত তেওঁ মডেলিং আৰু অভিনয়ত সম্পূৰ্ণভাৱে মনোনিৱেশ কৰিব।

মাতৃ শোভা ৰাইয়ে তেওঁৰ কন্যৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে। তেওণ কয় যে বন্দনাই শিশু কালৰ পৰাই মডেলিভৰ প্ৰতি আগ্ৰহী আছিল আৰু তেওঁ তাত কৃতকাৰ্যতা লাভ কৰিলে। তেওঁ কয় যে সকলো পিতৃ-মাতৃকে তেওঁলোকৰ সন্তানসকলক তেওঁলোকৰ সপোনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব লাগে।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd