• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কমনৱেল্থ গেমছৰ বাবে সম্পূৰ্ণ সাজু ভাৰোত্তোলক মীৰাবাঈ চানু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 6:39 pm
Chanu Saikhom Mirabai

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমনৱেল্থ গেমছত নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈ উঠিছে মণিপুৰৰ মহিলা ভাৰোত্তোলক চায়খম মীৰাবাঈ চানু । অহা মাহত অনুষ্ঠিত হ’বলগীয়া এই বহু প্ৰত্যাশিত প্ৰতিযোগিতাখনত চানুৱে ৪৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। উল্লেখ্য যে এই শাখাত মণিপুৰৰ খেলুৱৈগৰাকীয়ে পদক অৰ্জন কৰাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে।

মনকৰিবলগীয়া যে মীৰাবাঈ চানুৱে ২০১৪ চনত গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি চানুৱে যোৱা বছৰ নৱেম্বৰ মাহত আমেৰিকাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বীপত আকৰ্ষণীয় প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰিছিল। আনহাতে বিশ্ব চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেল্থ চেম্পিয়নশ্বীপতো সোণৰ পদক লাভ কৰিছিল।

Apply Now

‘এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাতকৈ কমনৱেল্থ গেমছ অতিকৈ সহজ প্ৰতিযোগিতা। গ’ল্ড ক’ষ্টত হ’বলগীয়া এই প্ৰতিযোগিতাত মই সোণৰ পদক আজুৰি আনিম। মোৰ বাবে সোণৰ পদক অৰ্জন কৰাটো একো টান কথা নহয়’, এনেদৰে গভীৰ আত্মবিশ্বাসেৰে অষ্ট্ৰেলিয়াৰ পৰা মন্তব্য কৰে। বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত মীৰাবাঈ চানু আৰু আন সতীৰ্থসকল  ব্যস্ত আছে প্ৰশিক্ষণ গ্ৰহণ কৰাত।

উল্লেখযোগ্য যে ৪৮ কিলোগ্ৰাম শাখাত কমনৱেল্থ গেমছৰ ৰেকৰ্ড হ’ল ১৭৫ কিলোগ্ৰাম। ২০১০ চনৰ দিল্লী কমনৱেল্থ গেমছত এই ৰেকৰ্ডৰ অধিকাৰী হ’বলৈ সক্ষম হৈছিল নাইজেৰিয়াৰ অগষ্টিনা নোৱাওকল’। গ’ল্ড ক’ষ্টত ৪৮ কিলোগ্ৰাম শাখাত ভাৰতৰ মীৰাবাঈ চানুক তীব্ৰ প্ৰত্যাহ্বান জনাব কানাডাৰ আমাণ্ডা ব্ৰাড’কে। তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ প্ৰদৰ্শন হৈছে ১৭৩ কিলোগ্ৰাম।

‘প্ৰতিযোগিতাখনত অংশ লোৱা কোনো প্ৰতিযোগীয়ে ১৮০ কিলোগ্ৰাম ওজন দাঙিবলৈ সক্ষম হোৱা নাই। মই সম্পূৰ্ণ সহজভাবে নলও। মই ১৯০ কিলোগ্ৰাম দাঙিবলৈ চেষ্টা কৰিম কিন্তু ২০০ বা ১৯৫ কিলোগ্ৰামৰ ওপৰত চেষ্টা নকৰো’, বুলিও মীৰাবাঈয়ে স্পষ্টৰূপত উল্লেখ কৰে।

‘এই বছৰৰ শেষৰ ফালে এছিয়ান গেমছ অনুষ্ঠিত হ’ব, আৰু ইয়াৰ পূৰ্বে মই আঘাত হ’ব নিবিচাৰো। মোৰ মুখ্য উদ্দেশ্য হৈছে এছিয়ান গেমছত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক অৰ্জন কৰা। বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে এছিয়ান গেমছত অংশ ল’ব আৰু সেই প্ৰতিযোগীসকলৰ লগত প্ৰতিদ্বণ্ডিতা কৰাটোৱে মোৰ প্ৰধান লক্ষ্য। আৰু এই অভিজ্ঞতাই মোক ২০২০ টকিঅ’ অলিম্পিকত সহায় কৰিব’ এনেদৰে কয় চানুৱে।

উল্লেখ্য যে মীৰাবাঈ চানুৱে ২০১৮ কমনৱেল্থ গেমছত ৫ এপ্ৰিলৰ দিনা নিজৰ প্ৰদৰ্শন আগবঢ়াব। যদিহে উক্ত দিনা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে প্ৰতিযোগিতাখনত ভাৰতৰ হৈ প্ৰথন পদক অৰ্জন কৰা চানুৱে হ’ব প্ৰথম খেলুৱৈ।

‘টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰায়েই মোৰ প্ৰধান উদ্দেশ্য। সেই সপোন লৈয়ে মই জীয়াই আছো’, শেষত চানুৱে এইদৰে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd