• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষকে প্ৰদান কৰা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ সামৰণী

উত্তম শইকীয়া by উত্তম শইকীয়া
March 4, 2018 4:58 pm
Forest guards training at Kaziranga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু অগৰাতলি বনাঞ্চলত বিগত ৬ সপ্তাহ ধৰি চলা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ আজি সামৰণী পৰে ৷

‘ট্ৰেনিং অৱ দ্যা ট্ৰেনাৰ্চ’ নামৰ এই প্ৰশিক্ষণত ৰাজ্যৰ গঁড় আৱাস থকা সংৰক্ষিত বনাঞ্চলৰ পৰা নিৰ্বাচিত কৰি অনা মুঠ ৩০ গৰাকী বনকৰ্মীক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

Apply Now

বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত বন বিভাগে আয়োজন কৰা এই প্ৰশিক্ষণত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যলয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে বন কৰ্মী সকলক চোৰাংচিকাৰী বিৰুদ্ধে যুঁজিব পৰাকৈ বনাঞ্চলৰ ভিতৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ উপৰিও বিভিন্ন ধৰণৰ উন্নত অস্ত্ৰ চালনৰ প্ৰশিক্ষণৰ লগতে বন্যপ্ৰাণী অপৰাধৰ অনুসন্ধান, বনাঞ্চলত কৰিব লগা পেট্ৰলিং আদিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৷

বাগৰিত প্ৰাৰম্ভিক প্ৰশিক্ষণ দি ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজৰ ১১ জনক নিৰ্বাচন কৰি অগৰাতলি বনাঞ্চলত পৰৱৰ্তী প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণৰ শেষত বনকৰ্মী সকলক উন্নত প্ৰযুক্তিৰ দূৰবীণ, জি পি এছ, কম্পাচ আদিৰ উপৰিও জোতা আৰু পোছাকো প্ৰদান কৰা হয় ৷

প্ৰশিক্ষণৰ শেষত আজি বোকাখাতস্থিত কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত বনকৰ্মী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত কাজিৰঙাৰ সঞ্চালক আকাশদীপ বৰুৱা, বিশ্ব প্ৰকৃতি নিধিৰ ডঃ অমৃত শৰ্মা, কাজিৰঙা উপ সঞ্চালক মুকুট দাস , প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিক আৰু প্ৰশিক্ষণ ৰ সমন্বয়ক নিৰেণ সিং উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বন কৰ্মী সকলে নিজ নিজ বনাঞ্চলত কৰ্মৰত বনকৰ্মীক গৈ প্ৰশিক্ষণ প্ৰদান কৰিবগৈ।

কাজিৰঙাত বনকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পায় অতন্ত সুখী দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে অসমৰ বন বিভাগে বিচাৰিলে বনকৰ্মী সকলক আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে পুনৰ অসমলৈ অহাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd