• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষুদ্ৰ উদ্যোগক চৰকাৰী আঁচনিৰ অধীনত সাহায্য দিয়াৰ নামত বামুণী মৈদামস্থিত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমত কেলেংকাৰি : গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 7:34 am
NSIC
117
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ ক্ষুদ্ৰ উদ্যোগবোৰক ঠন ধৰি উঠাত সহায় কৰিবলৈ লোৱা আঁচনিৰ অধীনত দিয়া সাহায্য বিতৰণতো কোটি টকীয়া কেলেংকাৰি হোৱা বুলি জানিব পৰা গৈছে।

২০১১ চনৰ পৰা ২০১৬ চনৰ ভিতৰত এই ধৰণৰ উদ্যোগবোৰক গুৱাহাটীৰ বামুণীমৈদামস্থিত ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ দ্বাৰা সাহায্য দিয়াৰ নামত নিগমটোৰ গুৱাহাটী শাখাত কেলেংকাৰি হোৱা বুলি তথ্য লাভ কৰাৰ পিছতে চি বি আয়ে ইয়াৰ চাৰিজন বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

মুঠ ৫ কোটি ৯৩ লাখ টকাৰ খেলিমেলি হোৱা বুলি অনুসন্ধানকাৰী সংস্থাটো অৱগত হৈছে বুলি জানিব পৰা গৈছে। সাহায্য পাব লগীয়া ক্ষুদ্ৰ উদ্যোগসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বিভিন্ন অনিয়ম ধৰা পৰা বুলিও সূত্ৰটোৱে কয়।

আনহাতে কেলেংকাৰিটো ধৰা পৰাৰ পিছত অনেকে অভিযোগ কৰিছে যে যথা নিয়মে সকলো চৰ্ত পূৰাই আৱেদন কৰাৰ পিছতো প্ৰকৃত ক্ষুদ্ৰ উদ্যোগীয়ে নিগমৰ পৰা কোনো সাহায্য লাভ নকৰে। লাভ কৰিবলৈ হ’লে ঘোচ দিয়াটো অঘোষিত নিয়ম হৈ পৰিছে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে নিগমৰ মুখ্য গাণনিক বিষয়া পি এন শৰ্মা, মাণ্ডলিক মুৰব্বী জে কে মহন্তকে ধৰি মুঠ চাৰিজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০/৪২০/৪৬৪/৮৭১ ধাৰা আৰু দুৰ্নীতি নিবাৰক আইনৰ ১৩(১) আৰু ১৩(২) ধাৰাত এই গোচৰকেইটা ৰুজু কৰা হৈছে।

Recent News

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd