• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ক্ৰীড়াক শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ আহিলা হিচাপে ল’বলৈ আহ্বান অৰুণাচল চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 1:01 pm
mini-marathon-arunachal-570x320

প্ৰতিনিধিত্বমূলক ছবি। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ এক অন্যতম আহিলা হৈছে খেল-ধেমালী। এই খেল-ধেমালীক সকলোৱে পেছা হিচাপে গ্ৰহণ কৰি বিশ্ব দৰবাৰত নিজৰ লগতে নিজৰ মাতৃভূমিক প্ৰতিষ্ঠা কৰিব লাগে। মঙলবাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদ্দেশ্যি অৰুণাচল প্ৰদেশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সংসদীয় সচিবৰ মন্ত্ৰী বাবমাং ফেলিক্সে এই মন্তব্য কৰে।

নাহৰলগুণস্থিত ৰাজীৱ গান্ধী ষ্টেডিয়ামত ৰাজ্যিক ক্ৰীড়া বিভাগৰ সৌজন্যত আয়োজন কৰা ৰান ফৰ স্পোৰ্টছ শীৰ্ষক এই মাৰাথান প্ৰতিযোগিতাৰ উদ্বোধন কৰিবলৈ যায় মন্ত্ৰী ফেলিক্সে নিজৰ ভাষণ প্ৰসংগত এনেদৰে কোৱা দেখা যায়।

Apply Now

ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা ১২ কিলোমিটাৰ দূৰত্বৰ মাৰাথনৰ অন্ত পৰে য়ুপিয়াৰ স্প’ৰ্টছ কমপ্লেক্সত। প্ৰতিযোগিতাখনত মুঠ ৪৮০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সামৰিক বাহিনীৰ সদস্যই অংশগ্ৰহণ কৰা মাৰাথন প্ৰতিযোগিতাখনৰ বিজয়ীক নগদ টকাৰ লগতে প্ৰদান কৰা হয় ট্ৰফী। প্ৰথম স্থান প্ৰাপ্তজনক ট্ৰফী, মানপত্ৰৰ লগতে প্ৰদান কৰা হয় নগদ ৫০ হেজাৰ টকা। দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তক ক্ৰমে ট্ৰফী, মানপত্ৰৰ লগতে ৩০ হেজাৰ আৰু ২০ হেজাৰ নগদ ধন প্ৰদান কৰা হয়।

আনহাতে মাৰাথন প্ৰতিযোগিতাৰ আৰম্ভণিৰ পূৰ্বে উপস্থিত দৰ্শকসকলক উদ্দেশ্যি ক্ৰীড়া সঞ্চালক টাডাৰ আপ্পায়ো যুৱ সমাজক ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি ৰাজ্যিক ক্ৰীড়া সঞ্চালাকলয়ৰ সৌজন্যত প্ৰথমবাৰৰ বাবে এক ক্ৰীড়া কৰ্মশালাৰো আয়োজন কৰা হয়।

দুবাৰ সোণৰ পদক বিজয়ী পেৰালিম্পিক খেলুৱৈ দেৱেন্দ্ৰ ঝানঝাৰিয়া, অৰ্জুন বঁটা প্ৰাপক উশ্বু খেলুৱৈ বিমলজিৎ সিং আৰু বিশ্ব ৰেকৰ্ডধাৰী এভাৰেষ্ট আৰোহনকাৰী অঞ্চু জামছেনপাই এই কৰ্মশালাত উপস্থিত থকা সকলো লোককে ক্ৰীড়াৰ ক্ষেত্ৰত এক উদগণিমূলক মন্তব্য প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd