• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লাৰ ক’লা ব্যৱসায়ীক সহযোগ কৰাৰ অপৰাধত তিনিজন পৰিবহণ বিষয়াক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 7:44 am
coal_scam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত দীৰ্ঘদিনৰ পৰা চলি থকা কয়লাৰ চোৰাং তথা অবৈধ সৰবৰাহত সহযোগ কৰি আহিছে চৰকাৰী বিষয়াই। কয়লাৰ ছিণ্ডিকেট চলি থকাৰ কথাও কৃষক মুক্তিকে ধৰি বিভিন্ন পক্ষই অভিযোগ কৰি আহিছে।

চৰকাৰী বিষয়াৰ সহযোগতে যে কয়লাৰ চোৰাং কাৰবাৰী তথা অবৈধ সৰবৰাহকাৰীয়ে নিজৰ কামকাজ অবাধে চলাই যাব পাৰিছে সেইটো চি আই ডিৰ নিজাববীয়া গোচৰৰ তদন্তত ধৰা পৰিছে। মুখ্য মন্ত্ৰীৰ নিৰ্দেশত চি আই ডিয়ে কয়লাৰ চোৰাং কাৰবাৰী তথা চে’কগেইটসমূহত হোৱা অনিয়মৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Apply Now

এই সন্দৰ্ভত চি আই ডিয়ে পৰিবহণ বিভাগৰ ছজনকৈ বিষয়া-কৰ্মচাৰীক জেৰা কৰি আছিল। কালি তাৰে তিনিজনক গ্ৰেপ্তাৰ কৰে। আন তিনিজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তেওঁলোকে অন্তৰ্ৱৰ্তী জামিন লৈ থকা বাবে। গ্ৰেপ্তাৰ হোৱা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীকেইজন হ’ল ক্ৰমে- চিত্ৰ কুমাৰ নাথ ((এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ), মৃগেন শৰ্মা (এনফ’ৰ্চমেণ্ট চেকাৰ) আৰু মাধৱ নেওগ (এনফ’ৰ্চমেণ্ট চেকাৰ)।

আন তিনিজনকো কালি চি আই ডিৰ কাৰ্য্যালয়লৈ তলব কৰি জেৰা কৰিছিল যদিও এইকেইজনে অন্তৰ্ৱৰ্তী জামিন লৈ থকাৰ অজুহাতত জেৰাৰ সময়ত সহযোগ নকৰিলে। এই তিনিজন হ’ল ক্ৰমে- তপোৰাম বৰা, অনুৰাগ শাণ্ডিল্য, আৰু বেদান্ত গগৈ।

উল্লেখযোগ্য যে চি আই ডিয়ে পৰিবহণ বিভাগৰ বিভিন্ন স্থানত কৰ্মৰত আন বহুকেইজন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। জানিব পৰামতে এই বিষয়া-কৰ্মচাৰীসকলে কয়লাৰ চোৰাং কাৰবাৰীক চে’কগেইটত পাৰ হোৱাৰ অনুমতি দি অনিয়ম কৰি আহিছিল।

অ’ভাৰল’ডিং থকা আৰু ট্ৰেনজিট পাছ নথকা কয়লাৰ ট্ৰাক বিনা বাধাই পাৰ হ’বলৈ দি ধন ঘটা কাৰবাৰ গোটেই ৰাজ্যতে দীৰ্ঘদিনৰ পৰাই চলি আহিছে বুলি বিভিন্ন সময়ত বিভিন্ন পক্ষই অভিযোগ তুলি আহিছিল। বিধানসভাৰ মজিয়াত যোৱা ফেব্ৰুৱাৰি মাহত পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো কয়লা ছিণ্ডিকেইট নাই তথা চে’কগেইটত অনিয়ম হোৱা নাই বুলি দাবী কৰিছিল যদিও চি আই ডিৰ অভিযান আৰু গোচৰে সত্য উদঙাই দিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd