• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খানাপাৰা খেলপথাৰ ধ্বংসৰ বাবে বিজেপিক জগৰীয়া কৰা অসম কৃষি বিশ্ববিদ্যালয়লৈ ৬টা প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 10:39 pm
Khanapara
282
VIEWS
Share on FacebookShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনৰ উত্তৰত খানাপাৰা খেলপথাৰ ধ্বংস কৰাৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰিছিল।

গুৱাহাটী মহানগৰৰ দক্ষিণ দিশে থকা এই দৃষ্টিনন্দন খেলপথাৰখন ধ্বংসৰ বাবে বহুবিলাক সামাজিক, ৰাজনৈতিক আৰু ক্ৰীড়া সংগঠনে সোণোৱাল নেতৃত্বাধীন চৰকাৰকে দোষ দিছিল।

১. খেলপথাৰখন ধ্বংসৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয়ে অকল বিজেপিকে কিয় দোষ দিছিল? ছোনিয়া গান্ধী গুৱাহাটীলৈ অহাৰ সময়ত খেলপথাৰখনৰ দেৱাল দুঠাইত ভঙা হৈছিল, আনকি খেলপথাৰ চৌহদৰে ২০ জোপা গছো কটা হৈছিল। দেৱাল ভঙাৰ বাবে কংগ্ৰেছক কিয় জগৰীয়া কৰা নহ’ল?

২. বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱাই দাবী কৰিছিল যে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগৰ আৰ টি আই আবেদনৰ উত্তৰ দিয়াৰ বাবে কৰ্তৃত্ব নাই। বিশ্ববিদ্যালয়খনৰ জনতথ্য বিষয়াই এই গুৰুত্বপূৰ্ণ বিষয়টোৰ আৰ টি আই আবেদনখনৰ উত্তৰ কিয় দিয়া নাছিল?

৩. উপাচাৰ্য্যই কোৱা মতে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগ বিশ্ববিদ্যালয়ৰ বিভাগীয় মুখপাত্ৰ নহয়। তেওঁ যদি বিশ্ববিদ্যালয়ৰ বিভাগীয় মুখপাত্ৰ নহয়, তেন্তে নৰ্থ ইষ্ট নাও-ৰ প্ৰতিবেদনৰ বিষয়ে চ’চিয়েল মিডিয়াত কিয় বিবৃতি দিছিল ৰঞ্জিত নেওগে?

৪. হেলিপেদ নিৰ্মাণৰ বাবে যুৰীয়া ক্ৰিকেট পিত্চখন মাটিৰে পুতি পকী ব্লক বহুৱাওঁতে কিয় প্ৰতিবাদ কৰা নাছিল কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই?

৫. খানাপাৰাৰ খেলপথাৰখন ধ্বংস হোৱাক লৈ ইমান দিনে কিয় নীৰৱ হৈ আছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ? ই চৰকাৰ আৰু জিলা প্ৰশাসনৰ হেঁচাত পৰিছে নেকি?

৬. খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্কহীন কাৰ্য্যকলাপৰ বাবে দি কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰে। খেলপথাৰখনৰ মেৰামতি আৰু সঠিক ৰূপত ৰখাৰ বাবে এই পুঁজি কিয় ব্যৱহাৰ নকৰিলে বিশ্ববিদ্যালয়ে?

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd