• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী এডুফেষ্ট : অংশগ্ৰহণ কৰিব অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড, ছিংগাপুৰৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 12:24 pm
Edufest-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতৰ মাধ্যমিক পৰীক্ষা তথা স্নাতক পৰীক্ষা সমাপ্ত হোৱাৰ পিছত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া শিক্ষা সম্পৰ্কীয় প্ৰদৰ্শনী মেলা ‘’১৬তম গুৱাহাটী এডুফেষ্ট’’ত ভৱিষ্যত কেৰিয়াৰ বিচাৰি চোৱাৰ সুবিধা লাভ কৰিব। অহা ৩০ এপ্ৰিল আৰু ১ মে’ত গুৱাহাটীৰ টি আৰ পি ষ্টেডিয়ামত এই মেলা অনুষ্ঠিত হ’ব।

শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কেন্দ্ৰ আৰু সকলো ছাত্ৰ-ছাত্ৰী তথা শিক্ষা প্ৰতিষ্ঠানৰ সংযোগ ক্ষেত্ৰ হিচাপে ২০১৮’ৰ এই শিক্ষা সম্পৰ্কীয় মেলাখনৰ আয়োজন কৰিছে লাইন্চপিনে।

Apply Now

এই বছৰ কেৰিয়াৰ সম্পৰ্কীয় মেলাখনত অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড আৰু ছিংগাপুৰকে ধৰি ভাৰতৰ লগতে বিদেশৰ প্ৰায় ৫০ খন শিক্ষা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। বিজ্ঞানৰ বিভিন্ন শাখাৰ লগতে আভিযান্ত্ৰিক, চলচ্চিত্ৰ নিৰ্মাণ, ফেশ্যন ডিজাইনিং, হোটেল মেনেজমেন্ট, ট্যুৰিজম, বিজনেছ মেনেজমেন্ট আদি বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সপোন দেখা ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পছন্দৰ প্ৰতিষ্ঠানখন বিচাৰি পাব।

এডুফেষ্টত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় সুযোগ লাভ কৰাৰ লগতে পাঠ্যক্ৰমসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, প্ৰয়োজনীয় নম্বৰৰ তথ্য বা বৃত্তিৰ সুবিধা আদি বিষয়সমূহে বিশদভাৱে জানিব পাৰিব। প্ৰতিদিনে ৰাতিপুৱা ১১ বজাৰ পৰা নিশা ৭ বজালৈ মুকলি থাকিব।

এই মেলাখনত অষ্ট্ৰেলিয়াৰ মাই কেৰিয়াৰ মেট্ছৰ কেৰিয়াৰ মেট্ছিং টেষ্ট, নিকনৰ দ্বাৰা ফটোগ্ৰাফী কৰ্মশালী আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নাট কৰ্মশালাৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

‘’ আমাৰ এই মেলা খন অঞ্চলটোৰ ছাত্ৰ সমাজ আৰু অভিভাৱকসকলে আটাইতকৈ বিশ্বাসযোগ্য মেলা হিচাপে বিবেচনা কৰে কিয়নো ভাৰত আৰু বিদেশৰ  কেৱল স্বীকৃতিপ্ৰাপ্ত শীৰ্ষ প্ৰতিষ্ঠানসমূহে ইয়াত অংশগ্ৰহণ কৰে,’’-এডুফেষ্টৰ আয়োজক লাইন্চপিনৰ কৌশিক বৰুৱাই এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd