• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা : অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2018 12:57 pm
২৬ জুনত গুৱাহাটী প্ৰেছক্লাবত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সংবাদমেল। ফটো : য়ু বি।

২৬ জুনত গুৱাহাটী প্ৰেছক্লাবত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ সংবাদমেল। ফটো : য়ু বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিছাকৈ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াই লৈ বহুতেই চৰকাৰী চাকৰি কৰি আছে আৰু লগতে অনুসূচিত জাতিৰ বাবে থকা বিভিন্ন চৰকাৰী সা-সুবিধা আদায় কৰি আছে। এই অভিযোগ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ।

২৬ জুনত গুৱাহাটী প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই এখন সংবাদমেল দি ৰাজ্যখনত বহু দিনৰ পৰা হৈ থকা এই ভয়ংকৰ কেলেংকাৰিৰ কথা তথ্যসহকাৰে দাঙি ধৰে।

Apply Now

সন্থাটোৱে অভিযোগ কৰামতে, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা সংৰক্ষণৰ সুফল সাত শতাংশৰ ভিতৰত তিনি শতাংশহে প্ৰকৃততে অনুসূচিত জাতিৰ লোকে লাভ কৰিছে কয়।

এনেকুৱা জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰিৰ কিছুমান নিৰ্দিষ্ট উদাহৰণ সন্থাই তথ্য সহকাৰে দাঙি ধৰে। সন্থাই তথ্য দি কয় যে জলসিঞ্চনৰ সচিব লোহিত চন্দ্ৰ পাঠক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা।

সন্থাই লগতে কয় যে প্ৰতি বছৰেই স্বাস্থ্য, শিক্ষা আদি বিভাগসমূহত অনুসূচিত জাতিৰ প্ৰমাণ–পত্ৰ লৈ বহু সংখ্যক যুৱক-যুৱতীয়ে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লৈ প্ৰৱেশ কৰে। এইবোৰত ব্যাপক ধনৰ লেনদেন হয় বুলি দাবী কৰে। চিকিৎসা বিজ্ঞান, কাৰিকৰী শিক্ষাতে এনেকুৱা সৰ্বাধিক ভুৱা প্ৰমাণ পত্ৰেৰে নামভৰ্তি হয় বুলি কয় সন্থাৰ বিষয়ববীয়াসকলে।

আনহাতে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ৰাজ্যিক পৰ্যায়ৰ জাতিগত পুনৰীক্ষণ কমিটীক অভিযোগ দিয়া সত্ত্বেও এইক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি সন্থাই অভিযোগ আন। ইয়াৰ ফলতে প্ৰতিবছৰে বিভিন্ন কৌশলেৰে অনুসূচিত জাতি, উপজাতিসকলক বঞ্চনা কৰি আহিছে এইসকলে।

এই অভিযোগৰ সমান্তৰালভাৱে সন্থাৰ বিষয়ববীয়া সকলে সংবাদমেলত ৰাজ্যৰ সকলো অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ নৱীকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

সন্থাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৯৯৪ চনত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীখনৰ ভূমিকাক লৈও প্ৰশ্ন তোলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd