• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰথম বৰ্ষপূৰ্তি বক্তৃতা প্ৰদান কৰিব মুম্বাইৰ টাটা মে’মৰিয়েলৰ প্ৰাক্তন সঞ্চালক ডঃ পি বি দেশায়ে

সুকৃতি গগৈ by সুকৃতি গগৈ
February 15, 2018 7:22 pm
cancer hospital, gmch
108
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰতিষ্ঠানটোৱে বিশেষ বক্তৃতানুষ্ঠান, চিকিৎসা শিক্ষা কৰ্মশালা আৰু এটা কেন্সাৰ সজাগতা দৌৰৰ আয়োজন কৰিছে।

শনিবাৰে ‘The Dazzling Brilliance of Science – Then, Now and Into the Future’ শীৰ্ষক প্ৰথম বৰ্ষপূৰ্তি বিশেষ বক্তৃতা আগবঢ়াব মুম্বাইৰ টাটা মে’মৰিয়েল কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক, পদ্ম ভূষণ ডঃ পি বি দেশায়ে।

বক্তৃতানুষ্ঠানটোত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰথম দিনা ১৬ ফেব্ৰুৱাৰিত চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক অবিৰত চিকিৎসা শিক্ষা কাৰ্য্যসূচী (CME) অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেন্সাৰ বিশেষজ্ঞ ডঃ ৰাজেশ মিস্ত্ৰি, ডঃ তপন শইকীয়া, ডঃ সিদ্ধাৰ্থ লস্কৰ, ডঃ ৰৱি কান্নান আৰু ডঃ মান্দাৰ নাদকাৰ্নীয়ে এই কাৰ্য্যসূচীত কেন্সাৰ চিকিৎসা সম্পৰ্কীয় বৈজ্ঞানিক আলোচনাত ভাগ ল’ব।

আনহাতে শনিবাৰে পুৱা ৬.৩০ বজাত চিকিৎসা প্ৰতিষ্ঠানটোৰ পৰা উলুবাৰী গৈ পুনৰ প্ৰতিষ্ঠানটোলৈকে এক ‘কেন্সাৰ সজাগতা দৌৰ’ আয়োজন কৰিছে।

কেন্সাৰ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডঃ কমলাকান্ত ভূঞাই এন ই নাওক জনোৱা অনুসৰি, ‘কেন্সাৰ যে নিৰাময়্সাধ্য সেই কথাটো আমি ৰাইজক জনাব খুজিছো। মানুহৰ মাজত কেন্সাৰক লৈ সজাগতা তেনেই কম। ইয়ালে চিকিৎসা ল’বলে অহা বেছি ভাগেই কেন্সাৰ বহু আগবঢ়া অৱস্থাত আহে যেতিয়া তেওঁলোক আৰোগ্য হোৱা কঠিন হৈ পৰে।’

Recent News

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd