• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 11:04 pm
CM

প্ৰতিনিধিত্বমূলক ফট’

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দেশৰ ভৱিষ্যৎ যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰশীল। যুৱ প্ৰজন্মৰ চিন্তাধাৰা আৰু কাৰ্যপ্ৰণালীয়ে দেশৰ বিকাশৰ প্ৰক্ৰিয়াটোত প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। আমাৰ দেশখনক অধিক শক্তিশালী কৰি তুলিবলৈ হ’লে বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰি তুলিব লাগিব।’ আজি ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠন, অসম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজ’, ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগিতাত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে আমাৰ দেশখনত ৩৫ বছৰৰ অনুৰ্ধ্ব ৬৫ শতাংশ যুৱ প্ৰজন্মৰ লোক আছে। সেইবাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ ওপৰত অগাধ বিশ্বাস ৰাখি তেওঁলোকৰ দক্ষতা আৰু যোগ্যতা প্ৰকাশৰ বাবে ‘স্কীল ইণ্ডিয়া’ৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

Apply Now

এই সংহত শিবিৰে আমাৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব। যুৱ প্ৰজন্মই এই শিবিৰৰ বাৰ্তা নিজ নিজ ৰাজ্যলৈ কঢ়িয়াই লৈ যাব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰীয়ে ‘এক্ট ইষ্ট পলিচি’ৰ যোগেদি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক সুদৃঢ় কৰিব বিচাৰিছে যাতে এই অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ন, সাংস্কৃতিক মত-বিনিময়, সম্পদৰ বিকাশ, বাণিজ্যিক সম্পৰ্ক সুদৃঢ়কৰণৰ লেখীয়া পদক্ষেপ সমূহ দ্ৰুততৰ কৰি তুলিব পৰা যায়।

আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে শৈক্ষিক বিনিময়ৰ বাবে লাওচৰ পৰা অহা ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত ভাৱ বিনিময় কৰে। অনুষ্ঠানটোত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, নেহৰু যুৱ সংগঠনৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষা দিনেশ প্ৰতাপ সিং আৰু চেণ্টাৰ ফ’ৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ সঞ্চালক ননী গোপাল মহন্তইও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অসম সংখ্যা লঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, নেহৰু যুৱ কেন্দ্ৰৰ ব’ৰ্ড অব গৱৰ্ণৰৰ সদস্য ৰাণী ত্ৰিবেদী, নেহৰু যুৱ সংগঠনৰ উপাধ্যক্ষা দিলীপ শইকীয়া, ড০ অমিয় কুমাৰ ভূঞা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত ৮ খন ৰাজ্যৰ যুৱ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd