• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ দক্ষিণগাঁৱত চিআইডিৰ অভিযানত তিনি লক্ষাধিক টকাৰ কফ ছিৰাপসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2018 10:22 am
IMG-20180426-WA0021-225x300-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সন্ধিয়া চি আই ডিৰ এটা অভিযানকাৰী দলে মহানগৰীৰ কাহিলিপাৰা অঞ্চলৰ  দক্ষিণগাঁও তিনিআলিত এক অভিযান চলাই ১৬ টা কাৰ্টনৰ পৰা ১৫৮০টা প্ৰ’ডাইল-চি ক’ফ ছিৰাপ জব্দ কৰাৰ লগতে নগাঁৱৰ আব্দুল ৰফিক (৩৭) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে।

জব্দকৃত কফ ছিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ৩.১৬ লাখ টকা হ’ব বুলি চি আই ডিয়ে জানিবলৈ দিয়ে।

Apply Now

প্ৰাপ্ত তথ্য মতে, সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত এক গোপন সূত্ৰৰ পম খেদি চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক দি দত্তৰ নেতৃত্বত দক্ষিণগাঁও তিনিআলিৰ সূৰুযা বেগমৰ বাসগৃহত অভিযান চলায়। এই অভিযানকালত চি আই ডিৰ অভিযানকাৰী দলটোৱে ১৬টা কফ ছিৰাপভৰ্তি কাৰ্টন উদ্ধাৰ কৰাৰ লগতে এ এছ-০২-৫৮৭০ নম্বৰৰ এখন ছুইফ্‌ট ডিজায়াৰ জব্দ কৰে।

ড্ৰাগছ ব্যৱসায়ীজনে দক্ষিণগাঁও তিনিআলিৰ সূৰুযা বেগমৰ ঘৰত ভাৰাতীয়া হিচাপে আশ্ৰয় লৈ নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল। গুৱাহাটী মহানগৰীকে ধৰি নগাঁও আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ীজনে ড্ৰাগছ সৰবৰাহ কৰি অহাৰ খবৰ লাভ কৰাৰ ভিত্তিতেই কালি অভিযান চলাই উৎখাট কৰে নিচাজাতীয় দ্ৰব্যৰ ঘাটি।

ইয়াৰ উপৰি চি আই ডিয়ে ড্ৰাগছ ব্যৱসায়ী ৰফিকৰ ভাৰাঘৰৰ পৰা ৬টা কাৰ্টনৰ পৰা ৫৮০টা প্ৰ’ডাইল-চি কফ ছিৰাপৰ বটল উদ্ধাৰ কৰে। লগতে ব্যৱসায়ীজনৰ দক্ষিণগাঁওস্থিত ভাৰাঘৰৰ সন্মুখত ৰৈ থকা বাহনৰ পৰা চি আই ডিয়ে ১০টা কফ ছীৰাপভৰ্তি কাৰ্টন উদ্ধাৰ কৰে আৰু কাৰ্টনকেইটাৰ পৰা চি আই ডিয়ে ১০০০টা প্ৰ’ডাইল-চিৰ কফ ছিৰাপৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ী ৰফিকে প্ৰাৰম্ভিক জেৰাত প্ৰকাশ কৰা অনুসৰি উক্ত বাহনখনেৰে কফ ছিৰাপখিনি ব্যৱসায়ীজনে নগাঁৱৰ আমিনপট্টীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd