• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চতুৰ্থটো সাৰ উৎপাদন গোট নিৰ্মাণ নকৰাৰ প্ৰতিবাদত বিভিএফচিএলৰ কৰ্মচাৰীৰ প্ৰতাৰণা দিৱস

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 9, 2018 8:46 pm
namrup protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকলে আজি কাৰখানাটোৰ প্ৰৱেশদ্বাৰত প্ৰতাৰণা দিৱস পালন কৰে। কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো উৎপাদন গোট নিৰ্মাণ নকৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

নামৰূপ সাৰ ফাৰ্টিলাইজাৰ শ্ৰমিক য়ুনিয়ন এণ্ড ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ য়ুনিয়ন, নামৰূপ নামৰ সংগঠনটোৰ বেনাৰত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ প্ৰায় ৮০০ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতাৰণা দিৱস পালন কৰে।

Apply Now

উল্লেখ্য যে এসমত দেশৰ ভিতৰতে অধিকতম উৎপাদক্ষম সাৰ কাৰখানা হিচাপে জনাজাত নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড শেহতীয়াভাৱে চৰম দুৰ্যোগপূৰ্ণ অৱস্থাৰ মাজেৰে কাৰ্যক্ষম হৈ আছে আৰু ইয়াৰ উৎপাদনশীলতা বহুত পৰিমাণে কমি গৈ আছে।

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ এগৰাকী নাম প্ৰকাশত অনিচ্ছুক বিষয়াই জনাইছে যে আশীৰ দশকৰে আওপুৰণি প্ৰযুক্তিৰে উৎপাদক চলাই থকা হেতুকে আয়তকৈ ব্যয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাই কাৰখানাটোৰ এই অৱস্থাৰ কাৰণ। বিষয়াগৰাকীয়ে আৰু জানিবলৈ দিছে যে ২০০৬ চনতেই কেন্দ্ৰই আধুনিক প্ৰযুক্তি-সমৃদ্ধ চতুৰ্থটো উৎপাদনগোট স্থাপন কৰাৰ কথা আছিল যদিও এক অজ্ঞাত কাৰণত আজিকোপতি সেয়া হৈ নুঠিল।

নামৰূপ সাৰ ফাৰ্টিলাইজাৰ শ্ৰমিক য়ুনিয়ন এণ্ড ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ সম্পাদক তিলেশ্বৰ বৰাই আৰু কৈছে, ‘ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড হৈছে দেশৰ আটাইতকৈ প্ৰাচীন গেছ-ভিত্তিক সাৰ কাৰখানা যদিও ঘাইকৈ উৎপাদন হ্ৰাস পোৱা বাবেই এইটো বন্ধ কৰি দিবলগীয়া হ’ব। আমাৰ একমাত্ৰ আশা হৈছে এটা বিজুলী শক্তি ৰাহিকাৰী সৰ্বাধুনিক প্ৰযুক্তিযুক্ত উৎপাদন গোট স্থাপন কৰা।

উল্লেখ্য যে কেন্দ্ৰই নতুন গোট স্থাপন কৰি পৰ্যায়ক্ৰমে বৰ্তমানৰ গোটসমূহ বন্ধ কৰি দিয়াৰ প্ৰক্ৰিয়াটোত বিভিন্ন  বাধাৰ সৃষ্টি হৈ আহি আছে। নতুন গোটটো স্থাপন হোৱাত আৰু অধিক বিলম্ব হ’ব নালাগে। কেন্দ্ৰীয় চৰকাৰে ১২ বছৰৰ পূৰ্বেই সৰ্বাধুনিক  নামৰূপ-৪ নামৰ চতুৰ্থটো উৎপাদন গোট স্থাপন কৰি আওপুৰণি প্ৰযুক্তিৰ উৎপাদন গোটসমূহ বন্ধ কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। গতিকে কেন্দ্ৰীয় চৰকাৰ এই গোটটো স্থাপন কৰাৰ ক্ষেত্ৰত দায়বদ্ধ।

বৰাই আৰু কয়, ‘‘চৰকাৰে আমাক প্ৰতাৰণা কৰিছে।কাৰণ প্ৰতিশ্ৰুতি দিয়া সত্তেও চতুৰ্থটো উৎপাদন গোট স্থাপন কৰা নাই। নামৰূপ-২ আৰু নামৰূপ-৩ৰ অৱস্থা ভাল নহয় কাৰণ ইয়াৰে ৰাসায়নিক কাৰখানাটোৰ সামৰ্থ্য ১৫ বছৰৰ বাবেহে।

১৯৬৯ চনত স্থপন হোৱা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড স্থাপন হৈছিল। আৰু সেয়েহে ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস পাইছে। নামৰূপ-১, নামৰূপ-২ নামৰূপ-৩ৰ প্ৰযুক্তি আওপুৰণি হোৱা যোৱা বাবে অধিক শক্তিৰ প্ৰয়োজনীয় হোৱাৰ বাবে ইয়াৰ উপযোগিতা নোহোৱা হৈ আহিছে। ইতিমধ্যে নামৰূপ-১ক কৰ্তৃপক্ষই বন্ধ কৰি দিছে। বৰ্তমান এনে অৱস্থা পাইছেগৈ যে দুটা উৎপাদন গোটে সৰ্বোচ্চ ৫.৫৫ লাখ মেট্ৰিক টনৰ বিপৰীতে বছৰি মাত্ৰ ৩.৫ লাখ মেট্ৰিক টন ইউৰীয়াহে উৎপাদন কৰে।

উল্লেখ্য যে ২০১৫ৰ ২২ মে’ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে ব্যক্তিগত-ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বত ৪,৫০০ কোটি টকা বিনিয়োগেৰে বাৰ্ষিক ৮.৬৪ লাখ মেট্ৰিক টন উৎপাদনক্ষম এমোনিয়া-ইউৰীয়া গোট এটা স্থাপন কৰাত অনুমোদন জনাইছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd