• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা; সময়ত ৰোগীয়ে নাপায় চিকিৎসক-নাৰ্ছক

 ইয়াছিন আলী by ইয়াছিন আলী
August 6, 2018 5:23 pm
Photo from Yeasin Ali, Kokila -20180805_111218

স্বাস্থ্যখণ্ডৰ নগ্ন স্বৰূপ : বঙাইগাঁও জিলাৰ কোকিলা অঞ্চলত এম্বুলেঞ্চৰ বিপৰীতে ঠেলাৰে কঢ়িয়াই ৰোগী ফটো : ইয়াছিন আলী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অঞ্চলত চৰকাৰৰ স্বাস্থ্য সেৱাৰ অভিলাষী আঁচনিসমূহ ধোঁৱাচাঙত পৰিণত হোৱা পৰিলক্ষিত হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ বাবে অত্যাধুনিক ব্যৱস্থা তথা আঁচনি হাতত লোৱা সময়তে বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলাৰ ৰাইজে এতিয়াও বেজ বেজালীৰ পৰা গ্ৰহণ কৰে চিকিৎসা।

উল্লেখনীয় যে উক্ত অঞ্চলটোৰ চাকলাত এখন ৰাজ্যিক চিকিৎসালয় আছে যদিও ব্যাপক অৰাজকতাৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় কোকিলা, চাকলা, শৌলমাৰী, নোৱাগাঁও, নাম্বাৰপাৰা, বাংলাপাৰা, বাৰোঘড়ী, জপেয়াৰ ৰাইজ।

Apply Now

জানিব পৰা মতে চিকিৎসালয় খনত চিকিৎসক আৰু নাৰ্ছৰ অনিয়মীয়া উপস্থিতিৰ বাবেই উক্ত অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে চিকিৎসকৰ বিপৰীতে বেজালীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি চিকিৎসালয় খনলৈ কেতিয়াবা যদি চিকিৎসক আহে সেই দিনটোত উপস্থিত নাথাকে নাৰ্ছ। আৰু কেতিয়াবা আকৌ নাৰ্ছ আছে চিকিৎসক নাই। তাৰোপৰি চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সা-সৰঞ্জাম নাই যাৰ বাবে বেজৰ আশ্ৰয় ল’বলগীয়া হৈছে ৰোগীয়ে।

আটাইতকৈ দূৰ্ভাগ্যজনক কথাটো হ’ল যে চিকিৎসালয় খনত আজি পৰ্যন্ত নাই ১০৮ আৰু ১০২ ৰ ব্যৱস্থা। সেয়ে ঠেলা নাইবা চাইকেলেৰেই ৰোগীক লৈ যোৱা হয় চিকিৎসালয় অথবা বেজ-কবিৰাজৰ ওচৰলৈ।

উল্লেখ্য যে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে যিমানেই সংবাদ মাধ্যম অথবা সা-সমিতিয়ে স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তন হোৱা বুলি নকওক কিয় তাৰ কিন্তু ফোপোলা স্বৰূপ উদঙাই পৰিছে বঙাইগাঁও জিলাৰ এইখন চাকলা কোকিলা ৰাজ্যিক চিকিৎসালয়ত।

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসলয় খনত চিকিৎসক আৰু নাৰ্ছৰ নিয়মীয়া উপস্থিতিৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে এখন এম্বুলেঞ্চ প্ৰদানৰ দাবী জনোৱাৰ লগতে স্বাস্থ্য মন্ত্ৰীৰ সু-দৃষ্টি কামনা কৰে।

 ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd