• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ বাগিচাৰ অধীনৰ পথো নিৰ্মাণৰ দায়িত্ব ল’ব গড়কাপ্তানী বিভাগে : বাগিচাৰ ভোটাৰক আকৃষ্ট কৰাৰ কৌশল আখ্যা বিৰোধী দলপতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 2, 2018 11:10 pm
Himanta-Biswa-Sarma-678x381-570x320

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ বাগিচাৰ অধীনৰ পথসমূহো ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগে নিৰ্মাণৰ দায়িত্ব ল’ব। বাগিচাবিলাকৰ অৱস্থা বৰ্তমান সিমান ভাল নহয় বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী আঁচনি। গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সিদ্ধান্তৰ কথা ঘোষনা কৰিছে।

সোমবাৰে দিচপুৰৰ গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে বিজেপি বিধায়কসকলৰ গড়কাপ্তানী বিভাগৰ পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

মন্ত্ৰী ড০ শৰ্মাই কয়, “অসমৰ ৮০০খন বাগিচাৰ পথ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰতিখনৰ বাবে ১ কোটিকৈ মুঠ ৮০০ কোটি টকা বাজেটতত নিৰ্ধাৰণ কৰিছে। সেই টকাৰে গড়কাপ্তানী বিভাগৰ অধীনত বাগিচাসমূহৰ পথবোৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”

তেওঁ লগতে বহুকেইখন বাগিচাৰ কৰ্তৃপক্ষৰ পৰা বৰ্তমানলৈ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ (NOC) লাভ কৰা নাই বুলি জানিবলৈ দি এন অ’ চি দিলেই বাগিচাখনে ১ কোটিৰ অনুদান পাব বুলি কয়।

উল্লেখ্য যে, পূৰ্বে বাগিচাৰ অন্তৰ্গত পথ নিৰ্মাণৰ দায়িত্ব বাগিচা কৰ্তৃপক্ষৰ হাতত ন্যস্ত আছিল। এতিয়া গড়কাপ্তানী বিভাগক বাগিচাৰ অধীনৰ পথ নিৰ্মাণ কৰাৰ এই সিদ্ধান্ত ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়, ‘অসমৰ বাগিচাসমূহৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। তেনে ক্ষেত্ৰত পথ নিৰ্মাণৰ দায়িত্ব তেওঁলোকলৈ ঠেলি দিলেই আমাৰ দায়বদ্ধতা শেষ নহয়। বাগিচাৰ লোকসকলো অসমৰেই জনসাধাৰণ। আমি তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব।”

দাসে লগতে চৰকাৰৰ এনেধৰণৰ পদক্ষেপে বাগিচাসমূহৰ অৱস্থা উন্নত পথলৈ আনিব বুলিও আশা ব্যাক্ত কৰে।

আনহাতে, নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয়, “চাহ বাগিচাৰ ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিজেপিয়ে এই পদক্ষেপ লৈছে। বাগিচাসমূহত খোৱাপানী, বিদ্যালয়, স্বাস্থ্য, অনাময় আদি বিভিন্ন সমস্যা আছে। চৰকাৰে এনেবোৰ সমস্যাতহে গুৰুত্ব দিয়াৰ প্ৰয়োজন।”

শইকীয়াই ইয়াৰ উপৰি বিজেপি চৰকাৰে ইয়াৰ পূৰ্বে চমক সৃষ্টিৰ কাৰণে বাগিচাৰ শ্ৰমিকক বেংক একাউণ্ট খোলোৱা আৰু চৰ্দাৰসকলক ম’বাইল ফ’ন দি প্ৰলোভিত কৰা চেষ্টা কৰা বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd