• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকক মিছা প্রতিশ্রুতিৰ ল’লিপপ দিছে বিজেপিয়ে : ছান্তিয়াছ কুজুৰ

ছাজিদ খান by ছাজিদ খান
July 12, 2018 7:14 pm
20180712_114643-01

এখন সংবাদমেলত ৰাজ্যসভাৰ সাংসদ,অসম চাহ মজদুৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ সম্পাদক ছান্তিউছ কুজুৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চাহ মজদুৰ সন্থা আৰু অসম উপত্যকা শাখাৰ চাহখেতি সন্থাৰ পৰামৰ্শমূলক সমিতিৰ (Consultative Committee of Plantation Associations, চমুকৈ CCPA) মাজত অনুষ্ঠিত হোৱা চুক্তি অন্তিম মজুৰি চুক্তি যোৱা বছৰৰ ডিচেম্বৰ মাহত ম্যাদ উকলি যোৱাৰ পাছত এই পৰ্যন্ত নতুন চুক্তি স্বাক্ষৰিত হোৱা নাই।

চৰকাৰে এখন কমিটী গঠন কৰি দিছে যদিও ই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

Apply Now

‘‘চাহ বাগানৰ মজদুৰসকলে জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ৩৫০ টকাকৈ মজুৰি লাভ কৰিব লাগে, কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে জাননী দিছে যে চলিত ১৩০ টকা দিন হাজিৰাৰ পৰা ১৬৭ টকাকৈ বৃদ্ধি কৰা হৈছে। আৰু এই বৃদ্ধি পহিলা মাৰ্চৰ পৰা কাৰ্যকৰী কৰা হ’ব। যোৱা দুমাহৰ ৩০ টকা বৃদ্ধি ক’ত লুকাল?

এইদৰে নোহোৱা হৈ যোৱা ৪৫০ কোটি টকা গেৰুৱা দলৰ আগন্তুক সংসদীয় নিৰ্বাচনী প্ৰচাৰৰ তহবিললৈ যাব নেকি?’’

অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আজি এই প্ৰশ্ন কৰিছে ৰাজ্যসভাৰ সাংসদ, অসম চাহ মজদুৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ সম্পাদক ছান্তিয়াছ কুজুৰে।

তেওঁ আৰু কয় যে শ্ৰম মন্ত্ৰীয়ে চাহ মজদুৰসকলৰ দুৰ্দশাৰ বিষয়ে সৰৱ হৈ পৰিব লাগে যদিও তেওঁ চাহ বাগানৰ ব্যৱস্থাপক মণ্ডলীৰ এজেণ্টৰ ভূমিকা গ্ৰহণ।

নিৰ্বাচনৰ সময়ত ক্ষমতালৈ আহিলে গেৰুৱা দলটোৱে চাহ মজদুৰৰ মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰে আদিবাসী সম্প্ৰদায়টোক প্ৰতাৰণা কৰিছে। বিজেপিয়ে আদিবাসী সম্প্ৰদায়টোক মিছা প্ৰতিশ্ৰুতিৰ ল’লিপপ দি ঠগিব বিচাৰিছে বুলি ছান্তিয়াছ কুজুৰে অভিযোগ কৰিছে।

সাংসদগৰাকীয়ে কৈছে যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আদিবাসী সম্প্ৰদায়টোৱে চৰকাৰক এটা যোগ্য প্ৰত্যুত্তৰ দিব।

কুজুৰে আৰু কয়, ‘‘চৰকাৰে অহা আগষ্ট মাহত এখন নতুন চুক্তিত স্বাক্ষৰ কৰি চাহ বনুৱাসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় দিব লাগে। আমি চৰকাৰক বিষয়টো অতি শীঘ্ৰেই নিষ্পত্তি কৰাৰ বাবে দাবী জনাইছোঁ।

উললএখ্য যে ৰাজ্যখনৰ পঞ্জীয়ণভুক্ত মুঠ ৭৯২খন চাহ বাগানৰ ভিতৰত ৬৮৫খনেই আছে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু বাকী ১০৭খন আছে বৰাক উপত্যকাত। ভাৰতীয় ট্ৰেড য়ুনিয়ন আইনৰ অন্তৰ্গত পঞ্জীয়ণভুক্ত অসম চাহ মজদুৰ সন্থাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৬৮৫খনৰো অধিক চাহ বাগিচাক নিয়ন্ত্ৰণ কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd