• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবলত ‘য়ং অৰ্কিড’ চেম্পিয়ন

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
June 17, 2018 11:06 pm
SikkimFootbal

ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবল টুৰ্নামেণ্টত বিজয়ী য়ং অৰ্কিড দলটো।

119
VIEWS
Share on FacebookShare on Twitter

আজি ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবল টুৰ্নামেণ্ট, ২০১৮ৰ ফাইনেলত য়ং অৰ্কিড চেম্পিয়ন হয়। গেংটকৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত উদীয়মান প্ৰতিভাৱান খেলুৱৈৰে গঠিত য়ং অৰ্কিডে ডংগ্ৰি ফুটবল ক্লাবক ৬-১ৰ ব্যৱধানত ধৰাশায়ী কৰে।

য়ং অৰ্কিডে প্ৰথমৰ পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি বিপক্ষক অনৱৰতে চাপত ৰাখে। ২৬ মিনিটতে দলটোৰ হৈ বিশাল ছেত্ৰীয়ে গল দি অগ্ৰগতি দিয়ে। তাৰ ৬ মিনিট পিছতে পুনৰ সতীৰ্থ লাচো চেৰিঙে গ’ল দি দলক অধিক গতি প্ৰদান কৰে। ইয়াৰ ৪ মিনিট পিছতে আকৌ অংচুক শ্বেৰপাই গ’ল দি প্ৰথম অৰ্ধ পৰ্য্যন্ত দলটোক ৩-০ৰ অগ্ৰগতি দিয়ে।

একেদৰেই দ্বিতীয় অৰ্ধৰ খেল আৰম্ভ হোৱাৰ পৰাই দমন অব্যাহত ৰাখে য়ং অৰ্কিডে।

বিপক্ষ ডংগ্ৰি ক্লাবে প্ৰত্যাক্ৰমণ কৰি ৫৩ মিনিটত ৰেপগেই লেপচাই দিয়া এগ’লৰ সহায়ত ব্যৱধান কমাই যদিও শেষ পৰ্য্যন্ত য় অৰ্কিড দলটো বৃহৎ ব্যৱধানত জয়ী হয়।

খেলৰ শেষত দুয়োটা দলকে বঁটা প্ৰদান কৰা হয়। ডংগ্ৰি ক্লাবৰ ছেৰিং দৰ্জীক মেন অব দা মেচ্ছ বঁটা দিয়া হয়।

উল্লেখযোগ্য যে আজি ফাইনেল খেলা দুয়োটা দলেই ছিকিম ফুটবল এছ’চিয়েশ্যনৰ অহা ছিজনৰ দ্বিতীয় ডিভিজনলৈ উন্নীত হোৱা বুলি এছ’চিয়েশন্যৰ তৰফৰ পৰা নিশ্চিত কৰিছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd