• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ছিকিমৰ ইষ্ট ডিষ্ট্ৰিক্টত জনসেৱা অভিযান আৰম্ভ মুখ্য মন্ত্ৰী পৱন চামলিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 4:29 pm
chamling-jan-seva-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিমৰ ইষ্ট ডিষ্ট্ৰিক্টত  মুখ্য মন্ত্ৰী পৱন চামলিঙে তেওঁৰ জনসেৱা অভিযান আৰম্ভণি কৰিছে । সোমবাৰৰ পৰা খামদং আৰিটাৰত থকা গণেশৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে তেওঁৰ এই জনসেৱা অভিযান আৰম্ভ কৰে।

মন্দিৰ প্ৰাংগণত মন্ত্ৰীগৰাকীয়ে পূজা আৰু হোম সম্পন্ন কৰাৰ পাছত স্থানীয় লোক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।

Apply Now

তাৰ পাছত মুখ্য মন্ত্ৰীয়ে দিনটোৰ প্ৰধান কাৰ্যসূচীৰ স্থান ছিমিক গুম্ফালৈ গৈ তাত পূজা সম্পন্ন কৰে।

গুম্ফা লনত সমৱেত হোৱা জনতাৰ আগত মুখ্য ৰাজ্যখনৰ প্ৰতি থকা মন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰি সকলো স্তৰৰে জনসাধাৰণৰ সমান বিকাশ সাধন কৰিব বুলি কয়।

তেওঁ কয় যে ৰাজ্যখনৰ সকলোকেইটা সমষ্টিলৈকে সম্পন্ন কৰা চৰকাৰৰ ৩২ দিনীয়া ভ্ৰমণে কোনোৱেই যাতে অধিকাৰ, বিশেষাধিকাৰ আৰু সুযোগৰ পৰা বাদ পৰি নেয়ায় তাত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তাকেই যে সূচায়।

ছাত্ৰ আৰু যুৱসমাজক তেওঁ নিজৰ বুদ্ধিমত্বা ব্যৱহাৰ কৰি ভুল –শুদ্ধ বিচাৰ কৰি নেতিবাচক মত সৃষ্টিকৰ্তাসকলৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ আহ্বান জনায়।

তেওঁ আকৌ কয় যে চৰকাৰে শিক্ষাত সবাতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু দুখীয়াতকৈও দুখীয়াসকলেও যাতে উন্নতমানৰ শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন কৰি চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগী, উৎপাদনকৰ্তা আৰু নিয়োগকৰ্তা হবলৈ উৎসাহিত কৰে।

চৰকাৰী কৰ্মচাৰীসকলক সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয় যেকৰিছে। চৰকাৰে দৰমহা আয়োগ বাস্তৱায়িত কৰিছে আৰু বিভিন্ন সামৰ্থ্যৰ অন্তৰ্গত কৰ্মৰত চাকৰিয়ালসকলৰ বাবে দৰমহা, বানছ আদি বৃদ্ধি কৰিছে।

জৈৱিক কৃষিৰ ওপৰত বক্তব্য ৰাখি তেওঁ ব্যাখ্যা কৰিছে যে জৈৱিক পদ্ধতিৰ কৃষিৰ প্ৰধান লক্ষ্য হৈছে পৰিৱেশতন্ত্ৰ স্বাস্থ্যসন্মত কৰি ৰখাৰ লগতে মানুহৰো স্বাস্থ্য ভালে ৰখাটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd