• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাহ্নু বৰুৱাৰ নতুন অসমীয়া চিনে’মা ‘ভগা খিৰিকী’ প্ৰযোজনা কৰিলে প্ৰিয়ংকা চ’প্ৰাই

নবাৰুন গুহ by নবাৰুন গুহ
February 8, 2018 5:00 pm
jahnu borua

জাহ্নু বৰুৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনাজাত চিনে’মা নিৰ্মাতা জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’ নামৰ অসমীয়া চিনে’মাখন সুখ্যাত হিন্দী চিনে’মা ‘The Lunchbox’ৰ প্ৰযোজক শ্বাহনাব আলমৰ সৈতে যুটীয়াভাৱে প্ৰযোজনা কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চ’প্ৰাই।

অসমৰ চিনে’মাপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ তথা বিশ্বজুৰি জনাজাত প্ৰিয়ংকা চ’প্ৰাই অসমীয়া চিনে’মা উদ্যোগত বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। জাহ্নু বৰুৱাৰ এই চিনে’মা খন হ’ল চ’প্ৰাৰ প্ৰথম প্ৰকল্প।

Apply Now

কাজিৰঙা আৰু বোকাখাতত ৩২ দিন ধৰি এই ৩-৩.৫ কোটিটকীয়া চিনে’মাখনৰ দৃশ্যগ্ৰহণ কৰা হয়। সীমা বিশ্বাস, বিষ্ণু খাৰঘৰীয়া, জেৰিফা ৱাহিদ, সঞ্জয় খাৰঘৰীয়া, জয় কাশ্যপ আদি অভিনেতাই এই চিনে’মাখনত অভিনয় কৰিছে।

বৃ্হস্পতিবাৰে গুৱাহাটীত সাংবাদিকৰে হোৱা কথা বতৰাত জাহ্নু বৰুৱাই কয়, ‘চিনে’মাখন এটা সঁচা ঘটনা আধাৰিত। মই এতিয়াই কাহিনীটো পূৰাকে কৈ দিব নোৱাৰো। ই উজনি অসমৰ এখন গাঁৱৰ ওপৰত আধাৰিত। এগৰাকী প্ৰগতিশীল মনৰ মহিলা আৰু তেওঁৰ সংগ্ৰামক লৈয়ে এই কাহিনীটো। চিনে’মাখনে ধৰি ৰখা সময়খিনি ২০১৫ চনৰ।’

সংবাদমেল

চিনে’মাখনত ‘তগৰ’ চৰিত্ৰত অভিনয় কৰা জেৰিফা ৱাহিদে কয়, ‘জাহ্নুদাৰ সৈতে কাম কৰাটো সদায় এক বিশেষ অভিজ্ঞতা কাৰণ বহু কথা শিকিব পৰা যায়। মই চিনে’মাখনত গাঁৱৰ এজনী সৰল ছোৱালী তগৰৰ ভূমিকাত অভিনয় কৰিছো। গাঁৱত থাকে যদিও তাই নিজৰ বাবে কিছুমান আদৰ্শ ঠিক কৰি লৈছে।’

চিনে’মাখনত অভিনেত্ৰী জেৰিফাৰ মাকৰ চৰিত্ৰ ৰূপায়ন কৰা অভিজ্ঞ অভিনেত্ৰী সীমা বিশ্বাসে কয়, ‘চিনে’মাখনত মাক জীয়েকৰ বন্ধোন বৰ শক্তিশালী। সমাজ-ৰাজনৈতিক প্ৰসংগেৰে ই এক গভীৰ মানৱীয় কাহিনী। আমি বহুত দিন কাজিৰঙাত থাকিলো। আচলতে এইটো আছিল কাজিৰঙাত মোৰ দীৰ্ঘতম যাপন।’

হলিউদত ব্যস্ত থকাৰ বাবে বোলে প্ৰিয়ংকা চ’প্ৰা আহিব নোৱাৰা হেতুকে ৱিডিঅ’ বাৰ্তাৰ যোগেদি তেওঁ চিনে’মাখনৰ দলটোলৈ নিজৰ শুভেচ্ছা প্ৰেৰণ কৰিছে।

প্ৰিয়ংকাৰ মাক তথা তেওঁৰ পাৰ্পল পেবল নামৰ প্ৰযোজনা সংস্থাটোৰ পৰিচালিকা ডঃ মধু চ’প্ৰাই এপ্ৰিলত চিনে’মাখনৰ প্ৰচাৰ চলাবৰ বাবে প্ৰিয়ংকা অসমলৈ অহাৰ এক ইংগিত দিছে।

তেওঁ জনায়, ‘নাহিলেও তেওঁ চ’শ্যেল মীডিয়াৰ যোগেদি চিনে’মাখনৰ প্ৰচাৰ চলাব।’

ডঃ চ’প্ৰাই ‘নিজৰ মূল্যবোধত খোপনি থকা একে সময়তে প্ৰগতিশীল শক্তিশালী মহিলা চৰিত্ৰ’ বিষয়ক বোলা ‘ভগা খিৰিকী’খন দেশজুৰি লৈ যাবলৈ তেওঁৰ প্ৰযোজনা সংস্থাটোৱে চেষ্টা কৰিব বুলি কয়।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd