• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিলাখনৰ পৰা সামাজিক কুসংস্কাৰ নিৰ্মূলৰ সকল্প ল’লে কোকৰাঝাৰৰ সংগঠনে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 2, 2018 2:28 pm
witch-hunting-570x320
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ বড়ো ছাত্ৰ সন্থাৰ (আবছু) কোকৰাঝাৰ জিলা সমিতিয়ে ইয়াৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰত সামাজিক কুসংস্কাৰ সম্পৰ্কত  শুকুৰবাৰে এখন সভাৰ আয়োজন কৰে।

উক্ত সভাত ধৰ্মীয় সংগঠনকে ধৰি কেইবাটাও বড়ো সামাজিক সংগঠনৰ জিলা সমিতিয়ে অংশ গ্ৰহণ কৰে। কোকৰাঝাৰ চহৰৰ আবছুৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয় চৌহদত সভাখন অনুষ্ঠিত হয়।

Apply Now

অংশগ্ৰহণকাৰীসকলে বিভিন্ন সমাজিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি বিশেষকৈ বড়ো সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা ঘটনাবোৰ ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাখন পৰিচালনা কৰে আবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জনক উজীৰে।

বিভিন্ন সংগঠনৰ পৰা অংশগ্ৰহণ কৰা নেতাসকলে কেইবাটাও বহুমূলীয়া ভাষণ আগবঢ়ায়।

আবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছোন্দন ব্ৰহ্মই  কয় যে সমস্যাসমূহৰ বিষয়ে দীঘলীয়া আলোচনাৰ অন্তত সভাই দুটা প্ৰস্তাৱ গ্ৰহণ কৰে।

তেওঁ কয় যে সমূহীয়াভাৱে এইটো প্ৰস্তাৱ লোৱা হয় যে কোকৰাঝাৰ জিলাৰ অধীনৰ ধৰ্মীয় সংগঠনকে ধৰি সকলোবোৰ সামাজিক সংগঠনে ডাইনীৰ নামত হত্যা, বাল্য বিবাহ, অন্ধবিশ্বাস, মদৰ প্ৰচলন, জুৱা, ছাত্ৰৰ মাজত ড্ৰাগছ সেৱন আৰু অন্যান্য সামাজিক কুসংস্কাৰ নিৰ্মূলকৰণৰ বাবে একত্ৰিতভাৱে কাম কৰা উচিত।

তদুপৰি, সভাত এইটোও প্ৰস্তাৱ লোৱা হয় যে সামাজিক সমস্যাসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে এনেধৰণৰ সভা কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত সঘনে অনুষ্ঠিত কৰিব লাগে আৰু তাত ধৰ্মীয় সংগঠনকে ধৰি সকলো সামাজিক সংগঠনৰ অংশগ্ৰহণ নিশ্চিত হ’ব লাগে।

কোকৰাঝাৰ জিলা সন্মিলনীৰ সাধাৰণ সম্পাদক নগেন ব্ৰহ্ম, কোকৰাঝাৰ জিলা বড়ো সমাজৰ সাধাৰণ সম্পাদক সবাৰাম বড়ো, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বানেশ্বৰ বসুমতাৰী, সদৌ বড়ো কেথলিক কল্যাণ সংস্থাৰ সম্পাদক জনক বসুমতাৰী, সদৌ বড়ো সাংস্কৃতিক সংস্থাৰ উপ সভাপতি যোগেশ্বৰ ব্ৰহ্ম, সদৌ কোকৰাঝাৰ জিলা বাথৌ সংস্থাৰ সভাপতি টিকেন্দ্ৰ বসুমতাৰী, কোকৰাঝাৰ জিলা ব্ৰহ্ম ধৰ্মীয় সংস্থাৰ সম্পাদক জয়ন্ত কছাৰী উক্ত সভাখনত উপস্থিত আছি

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd