• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ শুভাৰম্ভ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 30, 2017 3:49 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ জয়পুৰৰ বুঢ়ীদিহিং নৈৰ পাৰত বৰ্ণিল কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজিত জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ আজি শুভাৰম্ভ কৰা হয়। জয়পুৰ বৰ্ষাৰণ্যৰ চহকী জৈৱ বৈচিত্ৰ্য প্ৰদৰ্শিত হ’ব লগীয়া এই মহোৎসৱ উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেচৰকাৰী সংস্থা নেচাৰ্ছ বেকনে ২০০১ চনত প্ৰথমে এই বৰ্ষাৰণ্য মহোৎসৱৰ আৰম্ভণি কৰিছিল।

উদ্বোধনী ভাষণত ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ হোৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে সহায় কৰিব। শৰ্মাই কয়, ‘পৰ্যটনৰ ক্ষেত্ৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিপুল সম্ভাৱনা আছে। ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্যৰ বাবেই  প্ৰতি বছৰে বহু সংখ্যক বিদেশী পৰ্যটকে এই অঞ্চল ভ্ৰমণ কৰে। আমাৰ চৰকাৰ অসমৰ পৰ্যটন খণ্ডক বিকাশৰ বাবে সংকল্পবদ্ধ আৰু ৰাজ্যৰ পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ইতিমধ্যে চৰকাৰে বহু ব্যৱস্থা লৈছে আৰু ভৱিষ্যতলৈও চৰকাৰে বিভিন্ন পদক্ষেপ হাতত ল’ব।’

Apply Now

নেচাৰ্ছ বেকনৰ সহযোগত স্থানীয় যুৱক-যুৱতীসকলে এইবাৰৰ জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ আয়োজন কৰিছে।

তেওঁৰ ভাষণত মন্ত্ৰীজনে লগতে কয়, ‘পৰ্যটকসকলক স্থানীয় লোকৰ ঘৰত ৰখা ব্যৱস্থা হিচাপে আমাৰ চৰকাৰে ‘আমাৰ আলহী’ নামৰ এক নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিয়ে অঞ্চলটোৰ চহকী সংস্কৃতি পৰ্যটকসকলৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত সহায় কৰিব। আমি অঞ্চলটোৰ ৫০ গৰাকী যুৱক-যুৱতীক বাছনি কৰি এই আঁচনিৰ অধীনত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ বাবে চৰকাৰে প্ৰতি গৰাকী যুৱক-যুৱতীক ৩ লাখকৈ টকা যোগান ধৰিব।’

ডিব্ৰুগড় চহৰৰ পৰা দক্ষিণ-পূবৰ ৬০ কি. মি. দূৰত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই জয়পুৰ বৰ্ষাৰণ্যই দক্ষিণ-পূব এছিয়াৰ উৎকৃষ্টতম বৰ্ষাৰণ্য সমূহৰ লগত ফেৰ মাৰিব পাৰে। বহু লুপ্তপ্ৰায় প্ৰজাতিৰ লগতে জয়পুৰ অন্য বিপুল সংখ্যক বন সম্পদৰো ভঁৰাল। এই বৰ্ষাৰণ্যখন প্ৰায় ২০০ হাতীৰ উপৰি বিশ্বৰে আটাইতকৈ বিলুপ্তপ্ৰায় ২৫ বিধ বান্দৰৰ অন্যতম প্ৰায় ৪৩২ টা হলৌ বান্দৰৰো বাসস্থান।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd