• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

টাৱাঙত ৰডডেনদ্ৰন বাগিচাৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৰ

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
February 7, 2018 5:44 pm
Khandu today laid the foundation stone for Rhododendron Park at Tawang
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে আজি টাৱাঙত এখন ৰডডেনদ্ৰন বাগিচাৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সময়ত মুখ্য মন্ত্ৰী গৰাকীৰ সৈতে RWD সংসদীয় সচিব জম্বেই টাচি, স্থানীয় বিধায়ক ছেৰিং টাচি, পিচিচিএফ ওমকাৰ সিং, ১৯০ মাউণ্টেইন ব্ৰিগেডৰ বিগ্ৰেডিয়াৰ কমাণ্ডাৰ এম পি সিং আৰু অন্যান্ন লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে টাৱাঙত ৫০তকৈ অধিক ভিন্ন প্ৰজাতিৰ ৰডডেনদ্ৰন ফুল পোৱা যায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে বাগিচাখনে কেৱল মাত্ৰ নগৰখনৰ সৌন্দৰ্য বৰ্ধন কৰাই নহয় ইয়াৰ উপৰি ই সেনা আৰু সীমান্ত পথ সংস্থাৰ দ্বাৰা চলি থকা পথ নিৰ্মাণ তথা ভূমি দখলৰ ফলত বিলুপ্ত হ’বলৈ ধৰা উক্ত ফুল প্ৰজাতিৰ সংৰক্ষণটো অৰিহণা যোগাব।

এসময়ত ১০০তকৈ অধিক প্ৰজাতিৰ ৰডডেনদ্ৰন থকা টাৱাঙত সীমান্ত অঞ্চলত চলি থকা নিৰ্মাণ কাৰ্যৰ ফলত ৫০ বিধলৈ হ্ৰাস পোৱাত তেওঁ দুখ প্ৰকাশ কৰে।

তেওঁ বাহিনী দুটাক দুষ্প্ৰাপ্য ফুল বিধৰ সংৰক্ষণৰ উপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাই।

১.১৫ হেক্টৰ এলেকা সামৰি ল’বলগীয়া বাগিচাখৰ নিৰ্মাণৰ বাবে বাবে সীমান্ত এলেকা উন্নয়ন আঁচনিৰ অধীনত আংশিক পুঁজি ধৰা হৈছে। ইয়াত ৩০ বিধতকৈ অধিক ৰডডেনদ্ৰন ৰোপন তথা সংৰক্ষণ কৰাৰ উপৰি ৰডডেনদ্ৰনৰ ওপৰত এটা তথ্য কেন্দ্ৰও স্থাপন কৰা হ’ব।

প্ৰনব কুমাৰ দাস

প্ৰনব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd