• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উদ্ভট কাণ্ড : জীৱিত ৰোগীকে মৃত ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 10:49 pm
digboi-ps-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা চলি থকা ৰোগীক হঠাতে মৃত ঘোষণা কৰি নিজৰ অক্ষমনীয় দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শনৰ লগতে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ এজন চিকিৎসকে। জানিব পৰামতে চিকিৎকেন্দ্ৰটোত চিকিৎসা লৈ থকা এজন ৰোগী ডিগবৈৰ মিশ্যন পাৰাৰ বিনয় সিং (৪০)ক ‘মৃত অৱস্থাত চিকিৎসালয়লৈ অনা’ (brought dead) বুলি জনোৱাৰ লগতে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক ১৬-০২-২০১৮ তাৰিখে আনুষ্ঠানিকভাৱে দিয়া এখন প্ৰমাণপত্ৰত লিখে।

এই কাণ্ডজ্ঞানহীন কামটো কৰে স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসক সুহাশিস মুখাৰ্জীয়ে। ঘটনাৰ অনুসন্ধানত গম পোৱা মতে চেলিম উচতাহ নামৰ এজন লোকক আগদিনা, অৰ্থাৎ ১৫ ফেব্ৰুৱাৰিৰ দিনা চিকিৎসালয়খনলৈ অনা হৈছিল, য’ত চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল। এই চেলিম উচতাহৰ আত্মীয়ই পিছদিনা ডিগবৈ আৰক্ষী থানাত উপস্থিত হৈ চেলিম উচতাহক বিহাৰলৈ মৃতদেহ সৎকাৰৰ বাবে নিবৰ বাবে মৃতকৰ প্ৰমাণপত্ৰ বিচাৰি আহে। তেতিয়া আৰক্ষীয়ে ১৫ তাৰিখৰ তেনে কোনো তথ্য নাই বুলি কোৱাত বিষয়টো অধিক খা-খবৰ কৰাত ওলাই পৰে যে আগদিনা চেলিম উচতাহ নামৰ কচাইপট্টীৰ এজন লোকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল যদিও দায়িত্বত থকা চিকিৎসকে সেই খবৰ আৰক্ষীক দিবলৈ পাহৰি গৈছিল।

Apply Now

কিন্তু এই বিসংগতি ধৰা পৰাৰ পিছতে আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা তথ্য বিচাৰে। তেতিয়া দায়িত্বত থকা চিকিৎসক ডাঃ মুখাৰ্জীয়ে ১৭ তাৰিখে মৃত চেলিম উচতাহৰ নামৰ পৰিৱৰ্তে স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসা লৈ থকা এজন জীৱিত ৰোগী মিশ্যন পাৰাৰ বিনয় সিঙৰ নাম দি মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল বুলি প্ৰমাণ পত্ৰ লিকি দিয়ে। পিছত এই বিসংগতি ধৰা পৰাত পুনৰ শুধৰণিৰ সৈতে চিকিৎসকজনে প্ৰমাণপত্ৰ প্ৰেৰণ কৰে।

চিকিৎসকজনৰ এনে দায়িত্বহীনতাই সকলোকে আচৰিত কৰাৰ লগতে জীৱিত ৰোগীজন তথা তেওঁৰ আত্মীয়ৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে মৃত অৱস্থাত কাৰোবাক স্বাস্থ্যকেন্দ্ৰলৈ অনাৰ লগে লগে আৰক্ষীক খবৰ দিয়াৰ আইনী দায়িত্ব পালনতো স্বাস্থ্যকেন্দ্ৰটোৰ গাফিলতিক সকলোৱে সমালোচনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd