• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় বিশ্ব বিদ্যালয় চৌহদৰ পৰা প্ৰৱঞ্চকক আটক

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 12, 2018 10:09 pm
Arrested Fraud at Dibrugarh
447
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ডিব্ৰুগড় বিশ্ব বিদ্যালয় প্ৰশাসনিক বিল্ডিং চৌহদৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে এটা নকলি পিষ্টল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৫খন পৰিচয় পত্ৰৰ সৈতে এজন যুৱকক আটক কৰে।

আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি ধৃত যুৱক জনক ডিব্ৰুগড়ৰ নেপালী গাৱঁৰ মধুপুৰৰ বাসিন্দা প্ৰিন্স ছেত্ৰী(২৪) ওৰফে সাগৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে প্ৰিঞ্চ ছেত্ৰী নামৰ ঠগ যুৱকজনে নিজকে ভাৰতীয় চোৰাংচোৱা সংস্থা (ৰ’)ৰ লেফটেনেণ্ট তথা সেনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ বুলি পৰিচয় দিছিল।

যুৱকজনক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিবলৈ দি ডিব্ৰুগড় আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই কয়, ‘আমি তেওঁৰ টি এছ ০৯ ই এইছ ২৫০৫ নম্বৰৰ মটৰচাইকেলখন জব্দ কৰিছো। বৰ্তমান আমাৰ তদন্ত প্ৰাৰ্থমিক পৰ্যায়ত আছে। কাইলৈ আমি তেওঁক জেললৈ প্ৰেৰণ কৰিম।’

যুৱক জনক অস্ত্ৰ-শস্ত্ৰ আইন ২৫ অধীনত আটক কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ৪১৯ নং গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰে নৰ্থ-ইষ্ট নাওক কয়, ‘আগতে তেওঁ সেনা বাহিনীত ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰিছিল যদিও পিছলৈ তেওঁ নিজকে সেনা বিষয়া বুলি পৰিচয় দিবলৈ ধৰে।’

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd