• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাও জিলাত বিদেশী চিনাক্তকৰণৰ নামত সীমান্ত আৰক্ষীৰ দৌৰাত্ম্য

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 29, 2018 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাত বিদেশী চিনাক্তকৰণৰ নামত আৰক্ষীৰ সীমান্ত শাখাৰ দৌৰাত্ম্যই বিশেষ সম্প্ৰদায়ৰ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ  উত্থাপন কৰিছে একাংশ লোকে।

জিলাখনৰ মান্দাৰদিচা, হাতীখালী, লাংটিং প্ৰমুখ এলেকাত আৰক্ষীৰ এনে অত্যাচাৰৰ বাবে স্থানীয় ৰাইজসকল আতংকিত হৈ পৰিছে।

উল্লেখযোগ্য যে উক্ত এলেকাত নিশা হ’লেই সীমান্ত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক জনৈক বসুমতাৰীৰ নেতৃত্বত চলে বিদেশী চিনাক্তকৰণৰ অভিযান।

জানিব পৰা মতে উক্ত এলেকাৰ কোনো দোকানত বহি আৰক্ষীৰ দলটোৱে স্থানী লোকক মাতি নথি-পত্ৰ দেখুৱালৈ নিৰ্দেশ দিয়ে আৰু নথি-পত্ৰ দেখুৱাব নোৱাৰিলে হাফলঙলৈ মাতি পঠিৱাই। আনকি ভাৰতীয় নাগিৰকৰ বৈধ নথি-পত্ৰ থকাৰ পিছতো নানা ধৰণৰ মানসিক অত্যাচাৰ চলোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

মঙলবাৰে নৰ্থ ইষ্ট নাওয়ে পাৰ্বত্য জিলাৰ লাংটিঙৰ পৰা মান্দৰদিচাত উপস্থিত হৈ সীমান্ত আৰক্ষীয়ে চলোৱা বিদেশী চিনাক্তকৰণৰ সম্পৰ্কে স্থানীয় ৰাইজৰ লগত আলোচনা কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

অৱশ্যে একাংশই আৰক্ষীৰ ভয়ত মুখ খোলাৰ পৰা বিৰত থাকে যদিও আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা এগৰাকী ভুক্তভোগীয়ে ভাৰতীয় নাগৰিকৰ বৈধ নথি-পত্ৰ থাকৰ পিছতো আৰক্ষীক ধন দিব লগা হৈছে বুলি জানিবলৈ দিয়ে।

একেদৰে মান্দাৰদিচাৰ এক বাঙালী হিন্দু পৰিয়ালেও ১৯৫১ চনৰ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য থকাৰ লগতে দেউতাকৰ ৰে’লৱে চাকৰিৰ ১৯৬১ চনৰ নথি দেখুৱাৰ পিছতো আৰক্ষীক ধন দিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

আনহাতে হাতীখালীতো সাপ্তাহিক বজাৰৰ দিনত সীমান্ত আৰক্ষীৰ চাৰি-পাঁচ জনীয়া দল উপস্থিত হৈ প্ৰায় এক বছৰৰ আগৰ পৰাই বিদেশী চিনাক্তকৰণৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।
হাতীখালীৰ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি সীমান্ত আৰক্ষী নিশা হ’লেই স্থানীয় লোকৰ ঘৰত উপস্থিত হৈ ভাৰতীয় নাগৰিক হোৱাৰ নথি-পত্ৰ বিচাৰি হাৰাশাস্তি কৰাৰ লগতে নথি-পত্ৰ দেখুৱাৰ পিছতো তেওঁলোকৰ পৰা বগা কাগজত স্বাক্ষৰ লৈ যায়।
ইফালে আন একাংশলৈ জাননী প্ৰেৰণ কৰি হাফলঙলৈ মাতি নি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি ভয়-ভাবুকি প্ৰদান কৰি পৰোক্ষভাৱে বিষয়টো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ দিয়ে।
শেহতীয়াকৈ হাতীখালীৰ হিন্দু বাঙালী যুৱক উত্তম দাস সীমান্ত আৰক্ষীৰ ৰোষৰ বলি হোৱাৰ লগতে আন একাংশ অলপতে কাৰাগাৰলৈ যাব লগা হোৱা বুলি জানিব পৰা গৈছে।
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd