• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত বিজেপি নেতাসকলে দামী দামী গাড়ী লৈ ফুৰিছে : কংগ্ৰেছ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 6, 2018 8:29 pm
20180606_124202
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি হাফলঙত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত নৰেন্দ্ৰ মোদী চৰকাৰৰ চাৰি বছৰ পূৰ্তি উপলক্ষে ডিমা হাচাও জিলা কংগ্ৰেছে বিশ্বাসঘাতক দিবস পালন কৰে।

বিশ্বাসঘাতক দিবস উপলক্ষে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ তথা পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কঠোৰ সমালোচনাত মুখৰ হয় কংগ্ৰেছ নেতা কৰ্মী সকল। নৰেন্দ্ৰ মোদীৰ মিথ্যাচাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচাই। বিশ্বাসঘাতক দিবসত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে। ইয়াতেই আন আন দল এৰি অহা প্ৰায় শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে।

Apply Now

কংগ্ৰেছ নেতা জ্যাক দাওলাগুপুয়ে কয়,  ‘’বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদখনে এতিয়া জিলাৰ সামিগ্ৰক উন্নয়নৰ কাৰণে কাম কৰিব পাৰা নাই। তেওঁ লোক সম্পূৰ্ণ ভাৱে ব্যৰ্থ হৈছে। কিন্তু কিয় ব্যৰ্থ হৈছে ? এতিয়াতো পাৰ্বত্য জিলাত উগ্ৰপন্থী সমস্যা নাই। কাৰণ সকলো উগ্ৰপন্থী নেতা এতিয়া বিজেপিৰ আশীৰ্ব্বাদত পৰিষদৰ চিইএম, ইএম।‘’

জ্যাক দাওলাগুপুয়ে লগতে আৰু কয়, ‘’কংগ্ৰেছ শাসিত পৰিষদ থকা সময়ত যি কোনো কামৰ কাৰণে উগ্ৰপন্থীক ধন দিব লগা হৈছিল। যিটো সংস্কৃতি আজিৰ দিনত নাই।‘’ দাওলাগুপুয়ে নৰেন্দ্ৰ মোদীৰ গেৰুৱা দল জনজাতি বিৰোধী বুলিও উল্লেখ কৰে।

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন চিইএম তথা ডিমা হাচাও কংগ্ৰেছৰ উপ সভাপতি দেপ’লাল হোজাইয়েও বিজেপি শাসিত পৰিষদখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘’বিজেপিৰ শাসনত পৰিষদৰ দুই সহস্ৰাধিক সাধাৰণ কৰ্মচাৰী যোৱা দশ বাৰ’ মাহৰ পৰা দৰমহাহীন। বাটপথৰ অবস্থা নাই। কিন্তু বিজেপি নেতা সকলে দামী দামী গাড়ী লৈ ফুৰি আছে।‘’

জিলা কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন ইএম  হামজানন লাংথাচাই কয়, বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত এজনো বিজেপিৰ টিকটত নিৰ্বাচিত হোৱা নাই। সেই কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত ভয় খাইছে।‘’

লাংথাচাই বিজেপি শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাৰ সমালোচনা কৰি কয় যে গাৰ্লচায় চৰকাৰী ভূমি বেদখল কৰাত উঠি পৰি লাগিছে। মাইবাঙ, হাফলঙৰ বাহিৰে গুৱাহাটীত হাফলং হাউছ ভাঙি তাত ডিমা হাচাও ভৱন নিৰ্মাণ কৰি নিজৰ ঘনিষ্ঠ লোকক ঠিকা ভিত্তিত দায়িত্ব তুলি দিছে। প্ৰসংগক্ৰমে, তেওঁ আৰএছএছৰো সমালোচনা কৰে।

জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচাই কয়, ‘’ডিমা হাচাওৰ ৰাইজ মোদী চৰকাৰৰ শাসনত অতিষ্ঠ হৈ আজি ওলাই আহিছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত যে গেৰুৱা দলে ক্ষমতা হেৰুৱাব লাগিব এয়া তাৰ আগজাননী।‘’

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd