• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌৰ পৰা শিৱসাগৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা দেখুৱাইছে যাত্ৰীক

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 20, 2018 12:50 pm
CYMERA_20180420_112358
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰণ ফাণ্ডত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা কেইবামাহৰ পৰা  যেন পুখুৰী লৈ ৰূপান্তৰিত হৈ আছে।

ডিমৌৰ পৰা শিৱসাগৰ নগৰলৈকে সদাব্যস্ত এই ৰাষ্ট্ৰীয় পথটোৰ মাজত সৃষ্টি হৈছে পুখুৰীসদৃশ ডাঙৰ ডাঙৰ গাঁত। যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সাংঘাটিকভাৱে অসুবিধাৰ সৃষ্টি হৈছে। উজনি অসমৰে যোগাযোগৰ মূল সম্বল এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যেন মৰণফাণ্ডহে পাতিছে  ।

চাৰিচকীয়া বাহন বাদেই দুচকীয়া বাহনো সুকলমে যাব নোৱাৰে এই সুদীৰ্ঘ পথছোৱাইদি। পথটোৰ দুৰাৱস্থাৰ ফলত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ গৈছে বহুজনৰ আৰু বহুজন পংগু হ’বলগীয়া হৈছে।

লক্ষ্যণীয় কথা হ’ল, প্ৰসূতি বা অন্যান্য ৰোগী অথবা যিকোনো জৰুৰীকালীন অৱস্থাত কোনেও নিৰ্দিষ্ট সময়ত গন্তব্য স্থান পাব নোৱাৰে। বিহুৰ বতৰতো পথচাৰী-যাত্ৰীৰ বিলাই বিপত্তিৰ অন্ত নোহোৱা হৈছে। ভগ্নপ্ৰায় পথটোৱেদি অহা-যোৱা কৰি এতিয়া কঁকালৰ বিষত ভুগিছে বহু যাত্ৰী।

আনহাতে, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় পথটোৰ কাষত প্ৰকাণ্ড নলা খন্দাৰ ফলতো নামি আহিছে আন এক বিপদ। দৈনিক এই পথেদিয়েই অহা-যোৱা কৰে মন্ত্ৰী-আমোলাই। তদুপৰি, খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপ দেখি ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে যদিও সেয়া আজি পৰ্যন্ত কাৰ্যত পৰিণত নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

এনেদৰে কোনেও গুৰুত্ব নিদিয়াৰ ফলত দৈনিক গাড়ী-মটৰত আহ-যাহ কৰা সৰ্বসাধাৰণ লোকে যমৰ যাতনা ভূগিবলগীয়া। উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালতো এই পথচোৱা যাতায়তৰ সুচল নহ’ল।

এতিয়া পৰিৱৰ্তনৰ আশ্বাসেৰে শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল চৰকাৰেও বৰ্তমানলৈকে কোনোধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

 

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd