• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢাকাত ভাৰত-বাংলাদেশৰ গৃহমন্ত্ৰীৰ বৈঠকত উত্থাপিত বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰসংগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 6:50 am
ভাৰত-বাংলাদেশ

ঢাকাত বাংলাদেশৰ গৃহমন্ত্ৰী আছাদ উজ জামান খানৰ সৈতে ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিং। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ পৰা হৈ থকা উদ্বেগজনক অনুপ্ৰৱেশৰ কথা সবলভাৱে উপস্থাপন কৰিলে ভাৰতে। দেওবাৰে ঢাকাত বাংলাদেশৰ গৃহমন্ত্ৰী আছাদ উজ জামান খানৰ সৈতে অনুষ্ঠিত হোৱা এখন বৈঠকত ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া দেশখনৰ পৰা ধাৰাবাহিকভাৱে ভাৰতলৈ ঘটি থকা অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰে।

জানিব পৰা মতে দুয়োখন দেশৰ গৃহমন্ত্ৰী দুগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰাৰ লগতে সুৰক্ষাৰ দিশত সহযোগিতা বৃদ্ধি, সীমাৰ সুৰক্ষা, জালনোট, দ্ৰাগছ তথা মানৱ সৰবৰাহৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰে।

Apply Now

বাংলাদেশে ইয়াৰ ভূমি সন্ত্ৰাসবাদীক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে।

এক উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে বৈঠকত ভাৰতে চুবুৰীয়া দেশখনৰ পৰা ঘটি থকা অনুপ্ৰৱেশৰ বিষয়ত বিভিন্ন তথ্য দাঙি ধৰে। দেশ দুখনে অনুপ্ৰৱেশৰ সমস্যা ৰোধ কৰাৰ বাবে সীমান্ত সুৰক্ষা কটকটীয়া কৰি তোলাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, ভাৰতে বাংলাদেশৰ সন্মুখত অনুপ্ৰৱেশৰ সমস্যাটো কোনো দিনে দাঙি ধৰা নাই বুলি চৰ্চা হৈ থকাৰ মাজতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া দেশখনৰ গৃহমন্ত্ৰীগৰাকীৰে সৈতে এই সম্পৰ্কত আলোচনা কৰা কথাটোৱে বিশেষ গুৰত্ব বহন কৰিছে।

ইপিনে বৈঠকত ৰহিংগিয়া অনুপ্ৰৱেশৰ প্ৰসংগটোৱেও স্থান লাভ কৰে। ৰহিংগিয়াৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত ভাৰতে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ভাৰতৰ গৃহমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজত কেইবাখনো নতুন চুক্তি সম্পাদিত হয়। এইবাৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ভ্ৰমণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ কৰি তোলাৰ দাবী কৰিছে এক সূত্ৰই।

দেওবাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে তিনিদিনীয়া বাংলাদেশ ভ্ৰমণসূচী সমাপ্ত কৰি দেওবাৰে আহি নতুন দিল্লীত উপস্থিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd