• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত দলং ভাঙি পৰাৰ ফলত ব্যাহত হৈ পৰিছে ৩০ খনৰো অধিক গাঁওৰ যাতায়াত

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 6, 2018 7:14 am
তামুলপুৰত দলং খহিল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত অতি সম্প্ৰতি তামুলপুৰ মহকুমাৰ  নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনস্থ মতিগাঁওত কাউলি-তামুলপুৰ সংযোগী পথটোৰ ওপৰত থকা এখন পকী  দলং ভাঙি পৰাৰ ফলত অঞ্চলটোত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।
প্ৰায় ৩০ খনৰো  অধিক গাঁওৰ ত্ৰিশ হেজাৰেৰো অধিক লোকে  অহা যোৱা কৰা পথটোৰ মাজ অংশত দলং ভাঙি পৰাক লৈ পূৰ্বৰ ঠিকাদাৰ তথা গড়কাপ্তানী বিভাগক কটু সমালোচনা কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

ইপিনে স্থানীয় একাংশ ৰাইজে  এই দলংখন নিজা ববীয়াকৈ কাঠ বাঁহেৰে অস্থায়ী ভাবে মেৰামতি কৰি দলং খনেৰে পাৰ হ’ব পৰা ব্যৱস্থা কৰি  দলংখনেৰে পাৰ হোৱা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পৰা ধন সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

চাৰিওফালে চৰকাৰে উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি স্মাৰ্ট চিটিৰ চিন্তা কৰিছে  যদিও পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিয়ে এতিয়াও বিটিএডিৰ গ্ৰাম্য অঞ্চলত স্পৰ্শ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উক্ত কাউলি-তামুলপুৰ সংযোগী এই  গড়কাপ্তানী পথটোৰে দৈনিক মহাবিদ্যালয়-বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি চাকৰিয়াল, ব্যৱসায়ী তথা বহুতো লোকে অহা যোৱা কৰে যদিও দলংখন ভাঙি পৰাত এতিয়া সমস্যাৰ সম্মুখীন হৈ পৰিছে।

উল্লেখ্য যে, বৃহত্তৰ তামুলপুৰ মহকুমাৰ কাউলীকে আদি কৰি প্ৰায় ৩০ খনৰো অধিক গাঁওৰ ৰাইজে দৈনিক যাতায়ত কৰে এই ব্যস্তপূৰ্ণ পথেৰে। কাউলীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ কেইখনো  দলং ভাঙি পৰাত সম্প্ৰতি মতিগাঁওতে আবদ্ধ হৈ থাকিব লগা হৈছে। ফলস্বৰূপে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোৰ যাত্ৰী সকলৰ মাজত।

এনেদৰে যাতায়াত ব্যৱস্থা বৰ্তমান বন্ধ হৈ পৰাত স্থানীয় ৰাইজে যদিও দলংখনৰ ওপৰত কিছু মাটি পেলাই মটৰচাইকেল তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অহা যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, মাথোঁ দুই এদিনতে জহি খহি আকৌ পূৰ্বৰ দশা হ’ব বুলি ৰাইজ শংকিত হৈ পৰিছে।

আনহাতে, কাউলি-কুমাৰীকাটা সংযোগী মূল পথটোৰ মাজ ভাগৰ মটঙা নৈৰ ওপৰত দলং নথকাৰ বাবে আৰু নৈৰ জলপৃষ্ঠা দৈনিক বৃদ্ধি হোৱাৰ বাবে ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।  ইয়াৰ ফলত মাটঙা নৈৰ পাৰত আৱদ্ধ হৈ পৰিছে বহুতো যানবাহন।

অঞ্চলটোৰ ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে, আৰু কিছু দিন এনেকৈ নেৰানেপেৰা বৰষুণ দি থাকিলে আৰু পথৰ মাজে মাজে দলংসমূহ অনতিপলমে আকৌ মেৰামতি নকৰিলে অঞ্চলটোত খাদ্য সংকটেও দেখা দিব পাৰে ।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd