• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

তিনি ডিগ্ৰীলৈ নামিল ইম্ফল চহৰৰ পাৰাস্তম্ভ : প্ৰচণ্ড শীতে গ্ৰাস কৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক

সভাপতি চামম by সভাপতি চামম
January 9, 2018 9:48 am
ইম্ফল
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠেঁটুৱৈ ধৰা ঠাণ্ডাই গ্ৰাস কৰিছে উত্তৰ-পূৰ্বাঞ্চলক। ব্যতিক্ৰম নহয় শ্বিলঙৰ লগতে বাকী ৰাজ্যকেইখনৰ চহৰকেইখনো। শুভ্ৰ চাদৰেৰে আৱৰি পেলোৱা শ্বিলঙৰ পাৰাস্তম্ভ নামিছে মাইনাছ শূন্য দশমিক সাত ডিগ্ৰীলৈ। ঠিক শ্বিলঙৰ দৰে মণিপুৰৰ ইম্ফল চহৰৰো পাৰাস্তম্ভ অৱনমিত হৈছে তিনি ডিগ্ৰী ছেলছিয়াছলৈ। উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ ক্ৰমে কহিমা ৫ডিগ্ৰী ছেলছিয়াছ, আইজল ৪.৪, আগৰতলা ৭.৯, দিছপুৰ ৬.৯ আৰু ইটানগৰ ৯.৬ ডিগ্ৰী ছেলছিয়াছ বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সদৰী কৰে।

Apply Now

যোৱা তিনি দিনত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে ইম্ফলবাসীৰ স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পৰিছে। জানুৱাৰি ৪ তাৰিখলৈ ইম্ফলৰ তাপমাত্ৰা আছিল ৮-৭ ডিগ্ৰী । কিন্তু যোৱা শুকুৰবাৰৰ পৰা অভাৱনীয়ভাৱে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পায় আৰু পাৰাস্তম্ভ নামিল ৩ ডিগ্ৰীলৈ।

চহৰখনৰ উপৰি ৰাজ্যখনৰ জিলাসদৰ সমূহতো জাৰৰ প্ৰকোপে বাসিন্দাসকলৰ মাজত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যোৱা চাৰিদিনত সেনাপতি, টামেংলঙ আৰু উখৰুল জিলাতো শীতৰ প্ৰকোপে ঠেঁটুৱৈ লগাইছে অঞ্চলবাসীক। আনহাতে জানিব পৰা অনুসৰি উখৰুল জিলাৰ বিভিন্ন প্ৰান্ত বৰফৰ দলিচাৰে আৱৰি ৰাখিছে। ইয়াৰ উপৰি টামেংলঙৰ ডাইলঙ অঞ্চলত সোমবাৰে অঞ্চলবাসীয়ে উপভোগ কৰিলে তুষাৰপাতৰ নৈসৰ্গিক দৃশ্য।

টামেংলঙৰ বাসিন্দা সকলে দাবী কৰা অনুসৰি বিগত কিছুবছৰৰ ভিতৰত এইবছৰৰ জানুৱাৰিৰ ৬ আৰু ৭ তাৰিখে সবাতোকৈ ঠাণ্ডা বুলি অভিহিত কৰে যদিও এয়া কোনো চৰকাৰী তথ্য নহয়। আনহাতে উখৰুল চহৰৰল বাসিন্দাই উষ্ণতা এক ডিগ্ৰী ছেলছিয়াছলৈ অৱনমিত হোৱা বুলি দাবী কৰে।

সাধাৰণতে বতৰ বিজ্ঞান বিভাগে বতৰৰ সৰ্বোচ্চ উষ্ণতা আৰু সৰ্বনিম্ন উষ্ণতা ঘোষণা কৰে যদিও মণিপুৰৰ বেছিভাগ কেন্দ্ৰই বিকল বুলি জানিব পৰা গৈছে। যাৰ ফলত সোমবাৰৰ দিনটোৰ উষ্ণতা জানিব পৰা নগ’ল।

হঠাতে অৱনমিত হোৱা উষ্ণতাৰ ফলত মণিপুৰৰ ৰাজধানীৰ লগতে অন্য অঞ্চলসমূহত কাঠকয়লাৰ ব্যাপক হাৰত চাহিদা বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd