• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

তিনি বিশিষ্ট সাহিত্যিকলৈ মেগৰ ‘অসম উপত্যকা সাহিত্য বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 11:26 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন বিতৰ্ক, চৰ্চা আৰু সমালোচনাৰ মাজতে শনিবাৰে ঘোষণা কৰা হয় ২০১৭ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা বিজয়ীৰ নাম। এইবাৰ এই বঁটা পূৰ্বৰ পৰম্পৰা ভংগ কৰি তিনিজনলৈ আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে সৃজনীমূলক অসমীয়া সাহিত্য আৰু সাহিত্যিকক উদগনি সন্মান প্ৰদানৰ উদ্দেশ্যে ১৯৯০ চনৰ পৰাই ‘অসম উপত্যকা সাহিত্য বঁটা’ আগবঢ়াই আহিছে। ২০১৭ বৰ্ষৰ এই বঁটাৰ বাবে ন্যাসে অসমৰ প্ৰখ্যাত লেখিকা ড০ ৰীতা চৌধুৰী, অসমৰ প্ৰখ্যাত কবি, লেখক সনন্ত তাঁতী আৰু অৰুণাচল প্ৰদেশৰ সুযোগ্য সন্তান তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী অগ্ৰণী ব্যক্তি য়েছে দৰজে ঠংচিৰ নাম ঘোষণা কৰিছে।

Apply Now

১৯৬০ চনত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নামপাঙত ৰীতা চোধুৰীয়ে জন্ম গ্ৰহণ কৰিছিল। ১৯৮৯ চনত ডিফু চৰকাৰী কলেজত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যাপিকাৰূপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰী বৰ্তমান ‘নেছনেল বুক ট্ৰাষ্ট’ৰ সঞ্চালকৰূপে কৰ্মৰত। চৌধুৰীক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন ধৰণৰ বঁটা যেনে ‘অসম সাহিত্য সভা বঁটা’, ‘সাহিত্য অকাডেমী বঁটা’ লেখিকা সমাৰোহ বঁটা, জি এ কুলকাৰ্ণি বঁটাৰ আদিৰ উপৰি ২০১১ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘এক্সেলেঞ্চ ইন বেষ্ট এডিটিং’ বঁটাৰেও সন্মানীত কৰা হয়।

আনহাতে ১৯৫২ চনত কৰিমগঞ্জৰ কালিনগৰ চাহ বাগানত জন্ম গ্ৰহণ কৰা সনন্ত তাঁতীয়ে ৭০-৮০ দশকত বিপ্লৱী কবি ৰূপে আত্মপ্ৰকাশ কৰিছিল। পাঠক আৰু সমালোচকৰ সমাদৃত তাঁতীৰ ১৩ খনকৈ কবিতা সংগ্ৰহ প্ৰাকশ পাইছে। তেওঁৰ এই কবিতা সংগ্ৰহৰ বাবে কবি সমাজে তেওঁক ‘মৃণালিনী দেৱী গোস্বামী বঁটা’, বীৰ বীৰছা মুণ্ডা বঁটা, শৈলধৰ ৰাজখোৱাকে ধৰি বিভিন্ন ধৰণৰ বঁটাৰে সন্মানীত কৰিছে।

 

আন এজন বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে ১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জিগাও নামৰ এখন গাঁৱত জন্ম গ্ৰহণ কৰে। ঠংচিয়ে অসমীয়া ভাষাত লিখা প্ৰথমটো কবিতা আছিল ‘জোনবাই’। তাৰোপৰি ঠংচিয়ে নাটক, চুটিগল্প, উপন্যাস আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যলৈ বহু অৱদান আগবঢ়াইছে। ‘মৌন ওঠ মুখৰ হৃদয়’ নামৰ উপন্যাসখনৰ বাবে তেওঁ ২০০৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।

এই তিনিগৰাকী স্বনামধন্য সাহিতিক্যক মাৰ্চ মাহত গুৱাহাটী এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘অসম উপত্যকা বঁটা’ প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd