• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া ৰেইলৱে’ সংমণ্ডলৰ অধীনত ডিব্ৰুগড়ত যান্ত্ৰিক ধোবাঘৰ স্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 7:17 pm
Mechanize_Laundry
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া সংমণ্ডলৰ পৰা যাত্ৰা কৰা ৰে’ইলবোৰৰ যাত্ৰীসকলক যাতে ভাল বিছনাচাদৰ, গাৰু, গাত লোৱা কাপোৰ আদি দিব পৰা যায়, সেই উদ্দেশ্যে শেহতীয়াকৈ যন্ত্ৰৰ সহায়ত কাপোৰ ধোৱা এটা ব্যৱস্থা ডিব্ৰুগড়ত স্থাপন কৰা হৈছে। এখন সংবাদমেল যোগে এই কথা জনাই তিনিচুকীয়া ৰেইলৱে’ সংমণ্ডলৰ সংমণ্ডল পৰিচালক প্ৰশান্ত মিশ্ৰই। ‘আমাৰ সন্মানীয় যাত্ৰীসকলক দিয়া কাপোৰবোৰ ধুই ভাল অৱস্থাত দিয়াৰ বাবে অলপতে উন্নত প্ৰযুক্তিমানৰ এটা যান্ত্ৰিক ধোবাঘৰ স্থাপন কৰা হৈছে, যাৰ ক্ষমতা প্ৰতিটো খেপত ২.৫ টন।’ সংমণ্ডল পৰিচালকজনে কয়। তেওঁ লগতে কয় যে এইটো স্থাপনৰ প্ৰধান লক্ষ্য হ’ল যাত্ৰীসকলে এই বিষয়ত কৰা ওজৰ-আপত্তি হ্ৰাস কৰা আৰু লগতে তেওঁলোকক এটা ভাল ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।

সংমণ্ডল পৰিচালকজনে লগতে কয় যে প্ৰায় ১২০০ বৰ্গ মিটাৰ ঠাইত স্থাপন কৰা এই ধোবাঘৰটোত সম্প্ৰতি প্ৰতিদিনে প্ৰায় ৫ টনকৈ কাপোৰ ধুই আছে। তিনিচুকীয়া সংমণ্ডলৰ ট্ৰেইনবিলাকত যোগান ধৰা প্ৰায় ৮০০০ খন বিছনাচাদৰ, ৪০০০ টা গাৰুৰ গিলিপ আৰু ১০০ খন কম্বল প্ৰতিদিনে ধুই থকা হৈছে। প্ৰতিটো খেপত মুঠ ৪০ জনকৈ কৰ্মচাৰীক নিয়োগ কৰা হয়। যাত্ৰীসকলক সন্তোষজনক ধৰণৰ কাপোৰ-কানি যোগান ধৰিব পৰাকৈ খুব উচ্চ প্ৰযুক্তিসম্পন্ন যন্ত্ৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে উত্তৰ-পূব ৰেইলৱে’ৰ ভিতৰত নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ পিছতে এই ধৰণৰ এইটো তৃতীয় যান্ত্ৰিক ধোবাকক্ষ। পৰিচালকজনে জনোৱামতে ইয়াৰ গৃহ নিৰ্মাণৰ মুঠ খৰচ হ’ল ৫৮ লাখ টকা আৰু মেচিন তথা সা-সৰঞ্জামৰ খৰচ হ’ল ২.৮৫ কোটি টকা। ইয়াক কাম চলাই ৰখাৰ বাবে প্ৰতি মাহৰ খৰচ হ’ব ৮ লাখ টকা।  তাৰোপৰি পৰিচালকজনে আশা কৰে যে এই নতুন সংযোজনৰ জৰিয়তে উত্তৰ-পূব সংমণ্ডল ৰেইলৱে’ই এই দিশটোত প্ৰভূত উন্নতি কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd