• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ গৰাকী পঞ্চায়ত সচিব,কনিষ্ঠ অভিযন্তাক নিলম্বন : ব্যহত হৈ পৰিছে এন আৰ চিৰ কাম-কাজ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 29, 2018 7:16 am
PNRD-Assam-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয়তাবাদী শিবিৰ ত্যাগ কৰি গেৰুৱা বসন পিন্ধা অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী নৱ দলেৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তিনিচুকীয়া জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিস্কৰ্মা মন্ত্ৰীগৰাকীৰ মইমতালিৰ বাবেই জিলাখনৰ কেতবোৰ কেন্দ্ৰত সম্প্ৰতি এন আৰ চিৰ কাম-কাজ স্তব্ধ হৈ পৰাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ তুলি মন্ত্ৰী গৰাকীৰ নিৰ্দেশত যোৱা ২৬ জুনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভগাৰ আয়ুক্তই তিনিচুকীয়া জিলাৰ ১৬ গৰাকী পঞ্চায়ত সচিবক নিলম্বন কৰাটো মন্ত্ৰীগৰাকীয়ে ক্ষমতা প্ৰৰ্দশনেৰে গ্ৰহণ কৰা সিদ্ধান্ত আছিল বুলি জিলাখনৰ একাংশ পঞ্চায়ত কৰ্মীয়ে অভিযোগত তুলিছে।

Apply Now

প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ২১ জুনত মন্ত্ৰী নৱ দলেই তিনিচুকীয়া জিলাৰ ডি আৰু ডি এৰ এখন পৰ্য্যালোচনা সভাৰ আয়োজন কৰিছিল। সেই মৰ্মে উক্ত সভাখন দিনৰ ১১ বজাত অনুষ্ঠিত কৰাৰ সময় বান্ধি দিছিল মন্ত্ৰীগৰাকীয়ে। সেয়ে গাওঁ পঞ্চায়তৰ সচিব, বিভিন্ন উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা,পঞ্চায়ত সমূহৰ গানণিক, কম্পউটাৰ অপাৰেটৰকে ধৰি কৰ্মচাৰীসকলে উক্ত দিনা সকলো কাম-কাজ এৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পুৱাৰ পৰা খাপ পিটি আছিল।

ইপিনে মন্ত্ৰী গৰাকীয়ে বান্ধি দিয়া সময়তকৈ ৫ ঘণ্টা পলমকৈ উপস্থিত হয়হি। আনহাতে এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ কামত নিয়োজিত উক্ত কৰ্মচাৰীসকলে বহু ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো মন্ত্ৰী গৰাকী আহি নোপোৱাত কামৰ তাগিদাত গুচি যায়। ইয়াৰ পিছত পলমকৈ সভাত উপস্থিত হোৱা মন্ত্ৰী নৱ দলেই সভাত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে।

অভিযোগ অনুসৰি মন্ত্ৰী গৰাকীয়ে ‘’মই নিৰ্দেশ দিয়া সভাত কিয় উপস্থিত নাথাকিব “বুলি তৰ্জন গৰ্জন কৰি খঙত অগ্নিশৰ্মা হৈ পৰে। পিছত মন্ত্ৰীগৰাকীয়ে এই কথাতে জিলাখনৰ ১৬ গৰাকী পঞ্চায়ত সচিবৰ লগতে হাপজান উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা প্ৰদীপ দত্তক নিলম্বন কৰাৰ অভিযোগ উঠিছে।

ইপিনে প্ৰদীপ দত্ত নামৰ এই কনিষ্ঠ অভিযন্তাজনক নিলম্বন কৰাৰ ফলত কনিষ্ঠ অভিযন্তাগৰাকীৰ তত্ত্বাৱধানত থকা মাকুমৰ এটা এন আৰ চি কেন্দ্ৰৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। তদুপৰি এন আৰ চিৰ কাম-কাজত জড়িত হৈ থকা গাওঁ পঞ্চায়তৰ ১৬ গৰাকীকৈ সচিবক আক্ৰোশমোলকভাৱে নিলম্বিত কৰাৰ ফলত জিলাখনৰ এন আৰ চিৰ কাম কাজত ব্যঘাত সৃষ্টি হৈছে।

যি সময়ত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা ৩০ জুন নিৰ্দ্ধাৰণ কৰি দিছে আৰু এই উদেশ্য এন আৰ চিৰ সৈতে জড়িত কৰ্মচাৰীসকলে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত দুটা দিন থকা অৱস্থাত কাম-কাজ তীব্ৰতৰ কৰি তুলিছে, সেই সময়তে মন্ত্ৰী দলেৰ এনে অবিবেচকী তথা স্বেচ্ছাচাৰী কাৰ্যৰ বাবেই এন আৰ চিৰ কাম-কাজ স্তব্ধ হৈ পৰাত তিনিচুকীয়া জিলাৰ সৰ্বস্তৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd