• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীৰ্থযাত্ৰীৰ সুবিধাৰ্থে ০৫৬২৬ নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ

পিনাকী দাস by পিনাকী দাস
July 7, 2018 10:51 am
vlcsnap-2018-07-06-23h59m31s46 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আগৰতলা ৰেলৱে ষ্টেশ্যনত ৰেলৱে ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে ০৫৬২৬নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ  কৰে।

উল্লেখ্য যে এই সাপ্তাহিক ৰেলগাড়ীখনে শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ভক্তসকলৰ তীৰ্থস্থান দেওঘৰলৈ এখন পোনপটীয়া ৰেলগাড়ীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে। এই ৰেলগাড়ীখনে আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা গন্তব্যস্থান  দেওঘৰ ৰেলৱে ষ্টেশ্যনলৈ ১৪৭৪ কি:মি: দূৰত্ব ৩৬ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰিব। ৰেলগাড়ীখনত ১৬টা ডবা সংলগ্ন থাকিব। যাত্ৰা আৰু গন্তব্য ষ্টেশ্যনকে ধৰি মুঠ ৰেলগাড়ীখনৰ মুঠ ২২টা ষ্টপেজ থাকিব।

Apply Now

আনহাতে  দেওঘৰৰ পৰা আগৰতলা অভিমুখী ০৫৬২৫ নং দেওঘৰ-আগৰতলা এক্সপ্ৰেছ ৰেলগাড়ীখনে একেখিনি দূৰত্ব ৩৮ঘণ্টা ১০ মিনিটত অতিক্ৰম কৰিব।

ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিত সিনহা ৰয়, দুগৰাকী সাংসদ ঝৰ্ণা দাস বৈদ্য আৰু শংকৰ প্ৰসাদ দত্ত, মুখ্য সচিব সঞ্জীব ৰঞ্জন, বিধায়ক ৰামপ্ৰসাদ পাল, ড০ দিলীপ দাস, কৃষ্ণধন দাস, বিজেপি ৰাজ্যিক প্ৰভাৰি সুনীল দেওধৰ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল।

এই অনুষ্ঠানত ভাষণ ৰাখি মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে কয় যে যাতায়াতৰ সংযোগে এখন ৰাজ্য বিকশিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিগত চাৰি বছৰত ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নতি হৈছে বুলি তেওঁ কয়।

মুখ্য মন্ত্ৰগৰাকীয়ে তেওঁৰ ভাষণত যোগাযোগৰ উন্নয়নৰ দ্বাৰা উত্তৰ-পূবক হীৰালৈ (Highways, Inland Waterways, Railways and Airways চমুকৈ HIRA)ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জনায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মদিনত তীৰ্থস্থনখনলৈ এই ৰেলগাড়ীখনৰ শুভাৰম্ভ কৰা বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোৱেলৰ শলাগ লয়।

তেওঁ লগতে স্বপন দেববৰ্মা আৰু তেওঁৰ সন্তানগৰাকীক জীৱনৰ শংকা স্বত্তেও এখন চলন্ত ৰেলগাড়ীক অসন্ন দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ লগতে ২৫০০জনতকৈও অধিক যাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ বাবে শলাগ লয়।

ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহায়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশে ভালেখিনি ইতিবাচক পৰিৱৰ্তন দেখা পাইছে। প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূব আৰু বিশেষকৈ ত্ৰিপুৰাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

তেওঁ আৰু কয় যে বাংলাদেশৰ আখাউড়া আৰু চিটাগং বন্দৰৰ সৈতে ত্ৰিপুৰাৰ সংযোগ স্থাপন হ’লে ত্ৰিপুৰাৰ উন্নয়নৰ গতি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে খৰতকীয়া হ’ব। অৱঞশ্যে ইয়াৰ বাবে বাংলাদেশেও তেওঁলোকৰ ফালৰ কামৰ গতি খৰতকীয়া কৰিব লাগিব বুলি কয়।

উল্লেখ্য যে বৰ্তমানে মুঠ ১২খন ৰেলগাড়ী আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা যাত্ৰা কৰে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd