• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ বিশ্ববিদ্যালয়ে আজি পালন কৰিলে ইয়াৰ প্ৰতিষ্ঠা দিৱস

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
January 21, 2018 6:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ে ইয়াৰ ২৫ তম প্ৰতিষ্ঠা দিৱস দেওবাৰে পালন কৰে। বিশ্ববিদ্যালয়খনে লগতে  ২১জানুৱাৰিৰ পৰা ২০১৯ চনৰ ২১ জানুৱাৰিলৈকে পালন কৰিবলগীয়া বৰ্ষজোৰা ৰূপালী জয়ন্তী উৎসৱৰ কাৰ্যসূচীও উদ্বোধন কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মদন মোহন শৰ্মাই অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্বিবদ্যালয়ৰ পতাকা উত্তোলন কৰে। আদৰণি ভাষণত তেওঁ বিগত বছৰবোৰত বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যৰ বিষয়ে আলোকপাত কৰে।

Apply Now

তেওঁ কয় যে যদিও বিশ্ববিদ্যালয়খনে বহুতো ভাল ফলাফল দাঙি ধৰিছে, এতিয়াও বিকাশৰ বহু সুযোগ আছে।

ৰূপালী জয়ন্তী উৎসৱ উদ্বোধন কৰি বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক কিশোৰী মোহন পাঠকে বিশ্ববিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নত অৰিহনা যোগোৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ অধ্যাপকসকলক সুউচ্চ শিখৰত আৰোহন কৰাৰ বাবে কঠোৰ সাধনাত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেওঁ শ্ৰেষ্ঠতাৰ উৎকৰ্ষৰ বাবে নিৰন্তৰ সাধনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

ৰূপালী জয়ন্তীৰ অনুষ্ঠানত ভাষণ দি গুৱাহাটী বিশ্বিবদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাহিনী বৰ্ণনা কৰে। তেওঁৰ ভাষণত বিশ্ববিদ্যালয়খনৰ ২৪ টা গৌৰৱোজ্জল বৰ্ষৰ ইতিহাসৰ প্ৰতিফলন ঘটে।

তেওঁ অধ্যাপক কিশোৰী মোহন পাঠকে প্ৰতিষ্ঠা কৰি যোৱা বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ কৰ্ম সংস্কৃতিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে অধ্যাপক পাঠকে এখন ডিজিটেল বিশ্ববিদ্যালয়ৰ ধাৰণা গঢ় দিছিল আৰু সেই স্বপ্নৰ বাস্তৱ ৰূপ দিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল।

অনুষ্ঠানত অইলৰ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু ৰূপালী জয়ন্তীৰ কেলেণ্ডাৰ মুকলি কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁ পৰিস্কাৰ আৰু সেউজ তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ প্ৰশংসা কৰে।

অধ্যাপক চৌধুৰী আৰু বৰাই এই অনুষ্ঠানতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা পত্ৰ বিতৰণ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ যাত্ৰাৰ প্ৰদৰ্শন দাঙি ধৰা ফটো গেলেৰীৰ উদ্বোধনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

প্ৰনব কুমাৰ দাস

প্ৰনব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd