• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰত ডাবৰৰ উদ্যোগত স্থাপন জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 11, 2018 9:29 pm
d-1-570x320
165
VIEWS
Share on FacebookShare on Twitter

অসমত শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতৰ সৰ্ববৃহৎ বিজ্ঞান-ভিত্তিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান ডাবৰ ইণ্ডিয়া লিমিটেডে শুকুৰবাৰে তেজপুৰত এটা প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰ মুকলি কৰে।

সমাজৰ অৱহেলিত ছাত্ৰ-ছাত্ৰী তথা দুৰ্বল শিক্ষাৰ্থীসকলক সহায় কৰি ৰাজ্যখনৰ শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই নতুনকৈ জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটো স্থাপন কৰা হৈছে বুলি ডাবৰ ইণ্ডিয়া লিমিটেডে জনায়।

ডাবৰ ইণ্ডিয়া লিমিটেডৰ জীৱন্তী ৱেলফেয়াৰ এণ্ড চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত স্থাপন হোৱা শিক্ষা কেন্দ্ৰটো ঘোৰামাৰী গাঁও পঞ্চায়ত সভাপতি চম্পা বসুমতাৰীয়ে শুভ উদ্বোধন কৰে।

যিসকল শিক্ষাৰ্থীয়ে পঢ়াৰ ক্ষেত্ৰত অসুবিধা পাই আহিছে সেই শিক্ষাৰ্থীসকলৰ বাবে এই কেন্দ্ৰটোৱে বিশেষ পাঠদানৰ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। এনেধৰণৰ শিক্ষাৰ্থীসকলক স্থানীয় চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ সহায়ত চিনাক্ত কৰি প্ৰতি তিনিমাহৰ মূৰে মূৰে নতুন নতুন গোটৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে এই শিক্ষা কেন্দ্ৰটোৱে তেজপুৰৰ চাৰিখন গাঁও ক্ৰমে চেচা পানবাৰী, ঢেকিদৌল, চাপাগুৰি আৰু হাছাৰা নেপালী বস্তিক সাঙুৰি ল’ব।

ডাবৰ ইণ্ডিয়া লিমিটেডৰ মুখ্য চিএছআৰ এ চুধাকৰে কয় যে আমি শিক্ষাৰ্থীসকলৰ পঢ়াত সহায় হোৱাৰ উদ্দেশ্যেই এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰুৱা অশিক্ষিত পৰিৱেশৰ বাবে বহুতো শিক্ষাৰ্থী পঢ়াৰ ক্ষেত্ৰত পিছ পৰি আছে বুলি আমি ৰাজহুৱা সভাৰ জৰিয়তে উমান পাও। আৰু তেতিয়াই এই দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে আমি প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটো স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।

আনহাতে কেন্দ্ৰটো শুভ উদ্বোধন কৰি বসুমতাৰীয়ে কয়, ‘এটি শিশুৰ উন্নয়ন আৰু বিকাশত শিক্ষক আৰু অভিভাৱকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মই সম্পূৰ্ণ বিশ্বাসী যে জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটোৱে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যছেষ্ট অৰিহনা যোগাব। কেন্দ্ৰটোৰ বিশেষ পাঠদান কাৰ্যসূচীয়ে সমাজ গঠন কৰাত আৰু শিক্ষাৰ হাৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব’।

Recent News

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd