• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত ডাবৰৰ উদ্যোগত স্থাপন জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 11, 2018 9:29 pm
d-1-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতৰ সৰ্ববৃহৎ বিজ্ঞান-ভিত্তিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান ডাবৰ ইণ্ডিয়া লিমিটেডে শুকুৰবাৰে তেজপুৰত এটা প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰ মুকলি কৰে।

সমাজৰ অৱহেলিত ছাত্ৰ-ছাত্ৰী তথা দুৰ্বল শিক্ষাৰ্থীসকলক সহায় কৰি ৰাজ্যখনৰ শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই নতুনকৈ জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটো স্থাপন কৰা হৈছে বুলি ডাবৰ ইণ্ডিয়া লিমিটেডে জনায়।

Apply Now

ডাবৰ ইণ্ডিয়া লিমিটেডৰ জীৱন্তী ৱেলফেয়াৰ এণ্ড চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত স্থাপন হোৱা শিক্ষা কেন্দ্ৰটো ঘোৰামাৰী গাঁও পঞ্চায়ত সভাপতি চম্পা বসুমতাৰীয়ে শুভ উদ্বোধন কৰে।

যিসকল শিক্ষাৰ্থীয়ে পঢ়াৰ ক্ষেত্ৰত অসুবিধা পাই আহিছে সেই শিক্ষাৰ্থীসকলৰ বাবে এই কেন্দ্ৰটোৱে বিশেষ পাঠদানৰ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। এনেধৰণৰ শিক্ষাৰ্থীসকলক স্থানীয় চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ সহায়ত চিনাক্ত কৰি প্ৰতি তিনিমাহৰ মূৰে মূৰে নতুন নতুন গোটৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে এই শিক্ষা কেন্দ্ৰটোৱে তেজপুৰৰ চাৰিখন গাঁও ক্ৰমে চেচা পানবাৰী, ঢেকিদৌল, চাপাগুৰি আৰু হাছাৰা নেপালী বস্তিক সাঙুৰি ল’ব।

ডাবৰ ইণ্ডিয়া লিমিটেডৰ মুখ্য চিএছআৰ এ চুধাকৰে কয় যে আমি শিক্ষাৰ্থীসকলৰ পঢ়াত সহায় হোৱাৰ উদ্দেশ্যেই এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰুৱা অশিক্ষিত পৰিৱেশৰ বাবে বহুতো শিক্ষাৰ্থী পঢ়াৰ ক্ষেত্ৰত পিছ পৰি আছে বুলি আমি ৰাজহুৱা সভাৰ জৰিয়তে উমান পাও। আৰু তেতিয়াই এই দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে আমি প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটো স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।

আনহাতে কেন্দ্ৰটো শুভ উদ্বোধন কৰি বসুমতাৰীয়ে কয়, ‘এটি শিশুৰ উন্নয়ন আৰু বিকাশত শিক্ষক আৰু অভিভাৱকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মই সম্পূৰ্ণ বিশ্বাসী যে জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰটোৱে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যছেষ্ট অৰিহনা যোগাব। কেন্দ্ৰটোৰ বিশেষ পাঠদান কাৰ্যসূচীয়ে সমাজ গঠন কৰাত আৰু শিক্ষাৰ হাৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব’।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd