• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্রিশ বছৰীয়া কংখাম ৰবীন্দ্ৰো মণিপুৰ বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

ছভাপতি ছামম by ছভাপতি ছামম
February 8, 2018 10:29 pm
K-Robindro-570x320
117
VIEWS
Share on FacebookShare on Twitter

শাসকীয় ভাৰতীয় জনতা দলৰ বিধায়ক কংখাম ৰবীন্দ্ৰো সিং একাদশ মণিপুৰ ৰাজ্য বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে বৃহস্পতিবাৰে নিৰ্বাচিত হয়।

কংখাম ৰবীন্দ্ৰো সিঙে চলিত ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত প্ৰতিদ্বন্দ্বী কংগ্ৰেছ বিধায়ক ফাজুৰ ৰহিমক মৌখিক ভোটত পৰাজিত কৰি নিৰ্বাচিত হয়।

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ মায়ঙ ইম্ফল থানাৰ আৱাং লেইকাইৰ কংখাম মেংলেমৰ জ্যেষ্ঠ পুত্ৰ ৰবীন্দ্ৰো মণিপুৰ বিধানসভালৈ এতিয়ালৈ নিৰ্বাচিত যুৱ উপাধ্যক্ষ সকলৰ এজন। তেওঁৰ বয়স মাত্ৰ ৩০ বছৰ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ আৰু কংগ্ৰেছৰ বিৰোধী দলৰ নেতা অ’ ইবোবি সিঙে বিধানসভাৰ নতুন উপাধ্যক্ষগৰাকীক আদৰণি জনায়।

নিৰ্বাচনৰ পিছতে চলিত বিধানসভাত দুটা সুকীয়া বিবৃতিৰ জৰিয়তে বীৰেন সিং আৰু ইবোবি সিঙে আশা  প্ৰকাশ কৰে যে নতুন উপাধ্যক্ষ গৰাকীয়ে ৰাজ্য বিধানসভাত বৰ্তি থকা গণতান্ত্ৰিক মানদণ্ড অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব।

ৰবীন্দ্ৰোই বাণিজ্য প্ৰশাসন বিষয়ত ব্ৰিটেইনৰ এংলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ পৰা ২০১২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ ২০১৭ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে একাদশ মণিপুৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ যোৱা বছৰ অনুষ্ঠিত নিৰ্বাচনটোত প্ৰাক্তন শিক্ষামন্ত্ৰী কে এইচ ৰতনকুমাৰক ৩০৯৪ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল।

 

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd