• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ নিৰ্বাচনৰ কুচকাৱাজ : তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে ৰামপ্ৰসাদ পৌল

পিনাকী দাস by পিনাকী দাস
May 25, 2018 3:42 pm
Tripura-BJP-nomination-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা বিজেপিৰ প্ৰধান কাৰ্যালয়ত দলীয় সভাপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে যো-জা আৰম্ভ হৈছে। দলীয় সভাপতি প্ৰৰ্থিত্ব প্ৰয়াসীসকলৰ মাজত ইতিমধ্যে এক প্ৰতিযোগিতা আৰম্ভ হৈছে।

বৃহস্পতিবাৰে এই বিষয়লৈয়েই ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বিজেপিৰ প্ৰধান কাৰ্যালয়ত মাৰাথন সভা অনুস্থিত হয়।এই সভাখনত কেন্দ্ৰীয় পৰ্যৱেক্ষক সুনীল দেওধৰকে ধৰি দলটোৰ গুৰুত্বপূৰ্ণ পদাধিকাৰীসকল উপস্থিত আছিল।

Apply Now

অৱশ্যে কেৰেলাৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ দুদিনীয়া ভ্ৰমণত যোৱা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব লএই সভাখনত উপস্থিত নাছিল।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, দলীয় সভাপতিৰ বাবে বহুকেইটা নাম উচ্চাৰিত হৈছে যদিও তালিকাৰ শীৰ্ষত থকা নামকেইটা হৈছে সুবল ভৌমিক, প্ৰতিমা ভৌমিক, ৰাজীব ভট্টাচাৰ্যি আৰু ৰামপ্ৰসাদ পৌল।

সুবল ভৌমিক দলটোৰ বৰ্তমান কাৰ্যনিৰ্বাহকাৰী উপ সভাপতি হোৱা বাবে তেওঁৰ সৰ্বাধিক সম্ভৱনা আছিল যদিও তেওঁক সোণামূৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত এখন সংবাদ মেল আহ্বান কৰি সেইটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা তেওঁৰ ওপৰত চাপ সৃষ্টি কৰাৰ পাছত এতিয়া নিজৰ স্থিতি সলনি কৰিছে। সম্ভৱত ইয়াকে নকৰিলে দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত তেওঁক নিলম্বিত কৰাৰ তথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ শংকাত তেওঁ নইজৰ মত সলাইছিল।

সুবল ভৌমিকৰ চকু আছিল বনমালীপুৰ সমষ্টিটোত। এই  সমষ্টিটোৰ পৰা বিপ্লব কুমাৰ দেবৰ নাম ঘোষণা কৰা হৈছিল আৰু তাৰ বাবে দুয়োৰে মাজৰ সম্পৰ্ক কিছু পৰিমাণে তিক্ত হৈ পৰিছিল।

আনহাতে ৰাজীব ভট্টাচাৰ্যি হৈছে সাংগঠনিক সম্পাদক কিন্তু সূত্ৰটোৱে দাবী কৰা মতে দলটোৰ ভিতৰত তেওঁক সমৰ্থন কৰা দলীয় কৰ্মী কম।

আন এগৰাকী প্ৰৰ্থী হৈছে প্ৰতিমা ভৌমিক। তেওঁ ধানপুৰ সমষ্টিৰ পৰা ভূতপূৰ্ব মুখ্য মন্ত্ৰী মাণিক সৰকাৰৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। মাইক সৰকাৰ চাৰিটা কাৰ্যকালৰ বাবে মনোনীত হৈছিল।

এগৰাকী কঠোৰ নেত্ৰী প্ৰতিভা ভৌমিকক বৰ্তমান মহিলা কোষটোৰ অধিক সংখ্যক দলীয় কৰ্মীয়ে পচণ্ড নকৰে বুলি জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে ৰামপ্ৰসাদ পৌলৰ সম্ভাৱনা আটাইতকৈ অধিক, যিহেতু তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে ১৩টা ভোটৰ বিপাৰীতে ২৭টা ভোট লাভ কৰি ত্ৰিপুৰা বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল যদিও দলৰ ৰিটাৰ্নিং বিষয়া সুৰেশ পূজাৰীৰ অনুৰোধত তৎক্ষণাত পদৱীটো তেওঁ কেন্দ্ৰীয় নেতৃত্বৰ পচণ্ডৰ বিপ্লব কুমাৰ দেবলৈ হস্তান্তৰিত কৰিছিল।

দলীয় সূত্ৰত প্ৰকাশ যে দলৰ স্বাৰ্থৰ বাবে তেওঁ কৰা স্বাৰ্থ ত্যাগৰ বাবে দলে ৰামপ্ৰসাদ পৌলক ন্মানিত কৰিব। ৰাম মাধব, অজয় জম্বুৱাল আৰু ৰামলালকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই জনাইছে যে তেওঁক কেবিনেটত এটা দপ্তৰ প্ৰদান কৰা হৈছিল যদিও তেওঁ দলীয় কৰ্মী হিচাপে থকাটোকে পচণ্ড কৰে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd