• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত বৃক্ষৰোপণ মহোৎসৱ : প্ৰকৃতি আৰু মানৱতাক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ অংগীকাৰ

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
July 10, 2018 7:33 pm
Plantation Festival_Tall Plantation
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”মই মানুহ। এগৰাকী দায়িত্বশীল বিশ্ব নাগৰিক হিচাপে মই অংগীকাৰ কৰোঁ যে মই এই পৃথিৱীখনক ৰক্ষা কৰিম আৰু মানৱতাক তুলি ধৰিম। প্ৰতিটো বাৰিষা কালত সমগ্ৰ বিশ্বতে বৃক্ষৰোপণক আমি মানুহৰ বাবে সেউজ উৎসৱ হিচাপে পালন কৰোঁ আহক। । মই ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশতন্ত্ৰ আৰু পাৰিপাৰ্শিক নিৰাপত্তাৰ বাবে মোৰ অৱদান নিশ্চিত কৰিম। শান্তি”

এয়াই হৈছে কালি আৰম্ভ হোৱা বৃক্ষৰোপণ মহোৎসৱত প্ৰকৃতি সংৰক্ষণ কৰিবলৈ বৰগাছিয়া, খাম্পাৰপাৰা, ৱাবুছা এই তিনিখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰা অংগীকাৰ।

Apply Now

এই বৃক্ষৰোপণ মহোৎসৱৰ আয়োজকসকল হৈছে ডেভেলপমেণ্ট ইনিশ্বিয়েটিভ ফ’ৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট,ফৰেষ্ট ৰিছাৰ্চ চেণ্টাৰ ফ’ৰ লাইভলিহুড এক্সটেনশ্যন আৰু জন উন্নয়ন সমিতি, ত্ৰিপুৰা নামৰ সংগঠনকেইটা।

বৃক্ষৰোপণ মহোৎসৱৰ থিম হৈছে, ‘‘বাৰিষা কালত সমগ্ৰ বিশ্বতে বৃক্ষৰোপণক আমি মানৱতাৰ বাবে সেউজ উৎসৱ হিচাপে পালন কৰোঁ আহক।’’

বহনক্ষম আৰু সেউজ উন্নয়ন উদ্যোগৰ পৰামৰ্শদাতা তথা এই বৃক্ষৰোপণ মহোৎসৱৰ ধাৰণাক সাকাৰ ৰূপ প্ৰদান কৰোঁতা অনীল জিয়ে কৈছে যে বৃক্ষৰোপণ মহোৎসৱে এটা সাধাৰণ উৎসৱৰ দৰে আমাক এটা পৰিয়ালৰ দৰে একতাৰ ডোলেৰে বান্ধি পেলাইছে।

তেওঁ কৈছে, ‘‘আমি বৃক্ষৰোপণ মহোৎসৱ প্ৰতিখন গাঁৱতেই অনুষ্ঠিত কৰিব পাৰোঁ। একমাত্ৰ প্ৰকৃতিয়েহে আমাক একত্ৰিত কৰিব পাৰে।

অনীল জিয়ে আৰু কয় যে আমি আমাৰ গাঁও আৰু সমাজক এটা পৰিয়াল হিচাপে গঢ়ি তোলাৰ দিশত কিমান অৱদান আগবঢ়াইছো আৰু কিয় মানুহ আজি আত্মকেন্দ্ৰিক হৈ পৰিছে তাৰ আমি আত্ম-মূল্যায়ন কৰা উচিত।

তেওঁ আৰু কয়, ‘‘আমি আমাৰ পৰিৱেশ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে কিবা অৱদান দিছোঁ নেকি নিজকে প্ৰশ্ন কৰিব লাগে। বৃক্ষৰোপণ মহোৎসৱ হৈছে এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰা এটা উৎসৱ। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক নিৰাপত্তা নিশ্চিত কৰিম।

আগৰতলাৰ ফৰেষ্ট ৰিছাৰ্চ চেণ্টাৰ এণ্ড লাইভলিহুড এক্সটেনশ্যনৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী পৱন কৌশিকে কয় যে দাতাসকলৰ পৰা ৪০০০তকৈও অধিক গছ পুলি সংগ্ৰহ কৰি সেই সমূহ গাঁওৱাসীসকলক প্ৰদান কৰা হৈছে।

‘‘গাঁৱবাসীসকলে বৃক্ষৰোপণৰ বাবে উপলব্ধ ভূমি দেখুৱাই দিছে আৰু তেওঁলোকে ইয়াত বৃক্ষৰোপণ কৰাৰ বাবে গছৰ পুলি লাভ কৰিছে। কেইগৰাকীমান সদস্যই নেমু, আম আৰু বাঁহ ৰোপণ কৰাৰ বিকল্প গ্ৰহণ কৰিছে।’’

ঘৰুৱাভাৱে বৃক্ষৰোপণ কৰাটোত অধিক জোৰ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ফল প্ৰদানকাৰী বৃক্ষৰ পুলি প্ৰদান কৰা হৈছে।

পৰম্পৰাগত বনৌষধিৰে ৰোগ নিৰাময় কৰা এগৰাকী লোকে এখন  আটাইতকৈ দৰকাৰী বনৌষধিৰে সমৃদ্ধ এখন বাগিচা সৃষ্টি কৰাটোত সমৰ্থন আগবঢ়াইছিল।

কৌশিকে আৰু কৈছে যে বিদ্যালয়সমূহৰ চৌহদ আৰু ইয়াত ৰোপণ কৰা গছসমূহ ধুমহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আহিছে। বিদ্যালয়ৰ চৌহদত ঘন ঘনকৈ বাঁহ ৰুই বাঁহভিত্তিক বহুমুখী বতাহ-ৰোধক ব্যৱস্থা গঢ়ি তোলা হয় মহোৎসৱত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়ে ধুমুহা ৰোধ কৰাত সহায়ক হ’ব বুলি তেওঁ কয়।

পৰৱৰ্তী বছৰৰ প্ৰয়োজনীয়তাখিনিৰ কথা বিৱেচনা কৰি সৰু সৰু পুলিসমূহ পলিথিনিৰ মোনাত ৰোপণ কৰি থোৱা হৈছে।

বিধায়ক আশীষ দাসে বৃক্ষৰোপণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসাধাৰণক উৎসাহিত কৰিছিল।

উল্লেখ্য যে আগৰতলাৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকে বৃক্ষৰোপণ মহোসৱ সম্পৰ্কে ছচিয়েল মেডিয়াত বাৰ্তা লাভ কৰি বৃক্ষৰোপণ স্থানত উপস্থিত হৈছিল।

এই বৃক্ষৰোপণ মহোৎসৱত আগৰতলা ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষাৰ্থী আৰু ত্ৰিপুৰাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী, সমপ্ৰদায়টোৰ শিশু মহিলাসকলেও যোগদান কৰিছিল।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd