• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত ত্ৰিপুৰাৰ ৰাজ্যপালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 1:15 pm
তথাগত ৰয় আৰু ৰাজনাথ সিঙ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যখনৰ ৰাজনীতিত সঘনাই পট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। বুধবাৰে ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি ৰাজ্যখনৰ আইন-শৃংখলা সম্পৰ্কীয় কিছু তথ্য দাখিল কৰে।

বিগত কিছু দিনৰ পৰা ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ মাজত চলা তীব্ৰ অসন্তুষ্টিৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীক অৱগত কৰোৱায়। লক্ষণীয় যে ৰাজ্যপালগৰাকীয়ে নিৰ্বাচনৰ আগত ৰাজ্যৰ আইন শৃংখলা সম্পৰ্কীয় আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিৱ আৰু আৰক্ষী সঞ্চালক প্ৰধানক ৰাজভৱনলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে বুলি জনায়।

Apply Now

আনহাতে এই সন্দৰ্ভত মানিক সৰকাৰে কয় যে দুয়োজন উচ্চ পৰ্যায়ৰ বিষয়া ৰাজ্যপালৰ লগত আলোচনাত বহাৰ কোনো যুক্তি নাই, কিয়নো ইতিমধ্যে ৰাজ্যপালৰ লগত এই সম্পৰ্কত এসপ্তাহ আগতে আলোচনা সম্পন্ন হৈ গৈছে।

কিছুদিন পূৰ্বে ত্ৰিপুৰা নিৰ্বাচনৰ বিজেপি পৰ্যবেক্ষক হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বহু জনসভাত ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে চৰকাৰখনক সমালোচনা কৰা দেখা যায়। বৰ্তমান সময়ত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই বুলিও মন্তব্য কৰে শৰ্মাই।

এই বিষয়ে যোৱা সপ্তাহত হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত ভাৰতীয় নিৰ্বাচন আয়োগক লগ ধৰি ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই বুলি আয়োগৰ আগত সদৰী কৰে।

তদুপৰি ত্ৰিপুৰা নিৰ্বাচন হিংসামুক্ত নহয় বুলি আশংকা ব্যক্ত কৰি নিৰ্বাচন আয়োগক অৱগত কৰোৱা বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd