• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত আটক ব্যক্তি সংগঠনৰ সদস্য নহয়; বিভ্ৰান্তি সৃষ্টিৰ পৰা আঁতৰি থাকক ভাৰত চৰকাৰ : এন এচ চি এন (আই এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিমানবন্দৰত গান কনভাৰ্টাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন এন এচ চি এন (আই এম)ৰ সদস্য নহয় বুলি আজি বুধবাৰে বিবৃতি জাৰি কৰিছে সংগঠনটোৱে।

ব্যক্তিজন সংগঠনটোৰ সদস্য বুলি ১৭ মাৰ্চত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিটোত ‘তিলমানো সত্যতা নাই’ বুলি সংগঠনটোৰ প্ৰচাৰ মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে। প্ৰকাশিত বাতৰিসমূহত কোৱা হৈছিল যে ৫ টা পিস্তল-কনভাৰ্চন কাৰ্বাইন য়ুনিট হাতত থকা অৱস্থাত দিল্লী বিমানমন্দৰত শূল্ক বিভাগৰ লোকে ব্যক্তিজনক আটক কৰে।

Apply Now

বাতৰি অনুসৰি লোকজনৰ পৰা জব্দ কৰা কনভাৰ্তাৰ্টো অস্ত্ৰ নহয়, কিন্তু ই যিকোনো পিস্তলক এচল্ট ৰাইফললৈ পৰিৱৰ্তন কৰিব পাৰে।

শূল্ক বিভাগে অৱশ্যে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ৰাজহুৱা কৰা নাই।

এখন ৰাষ্ট্ৰীয় কাকতত প্ৰকাশিত বাতৰি মতে যোৱা ১৫ মাৰ্চৰ ৰাতি বেংককৰ পৰা লোকজন আহি দিল্লী বিমানবন্দৰত নমাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি নাম প্ৰকাশ নকৰাৰ চৰ্তত শূল্ক বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে।

গ্ৰেপ্তাৰ কৰা লোকজনৰ সম্পূৰ্ণ পৰিচয় ৰাজহুৱা কৰিবলৈ এন এচ চি এন (আই এম)এ ভাৰতীয় কৰ্তৃপক্ষক প্ৰত্যাহ্বান জনাইছে।

বিবৃতিটোত কোৱা হৈছে যে এনে অভিযোগ এন এচ চি এনৰ ভাবমূৰ্তি ম্লান কৰিবৰ বাবে ভাৰতীয় কৰ্তৃপক্ষ বিশেষকৈ এন আই এ’ আৰু দিল্লী বিমানবন্দৰৰ শূল্ক বিভাগৰ হতাশ প্ৰচেষ্টা। এইটো আন নহয় প্ৰচাৰ লাভৰ বাবে চলোৱা সস্তীয়া চমক বুলি বিবৃতিতোত অভিহিত কৰা হৈছে।

কোনো সন্দেহযুক্ত ব্যক্তিক এন এচ চি এন সদস্য বুলি লেবেল লগোৱাৰ পূৰ্বে বিষদভাৱে তদন্ত কৰি ল’বলৈও ভাৰতীয় সংস্থাসমূহক সংগঠনটোৱে পৰামৰ্শ আগবঢ়াইছে। সংশ্লিষ্ট ভাৰতীয় কৰ্তৃপক্ষসমূহে এতিয়াও চিনাক্ত কৰিব নোৱৰা সন্দেহযুক্ত ব্যক্তি এজনক আটক কৰাৰ দৰে ‘দায়িত্বহীন কাম’ৰ জৰিয়তে ভাৰতীয় আৰু নাগা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা কোনোধৰণৰ ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ ভাৰত চৰকাৰক এন এচ চি এন (আই এম)এ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd