• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত এবছুৰ উদ্যোগত বড়োলেণ্ডৰ দাবীত মহা ধৰ্ণা

এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী : by এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
November 28, 2017 11:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পৃথক বড়োৰাজ্যৰ দাৱীত নতুন দিল্লীত পুনৰ সৰৱ হৈ পৰিল বড়ো জাতীয় সংগঠন সমূহ। দিল্লীৰ ৰামলীলা মইদানত সুকীয়া বড়োৰাজ্য গঠনৰ দাবীত দুই সহস্ৰাধিক বড়ো লোকৰ লগতে আন কেইবাটাও সংগঠনৰ সমৰ্থকে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । শীঘ্ৰে বড়ো ৰাজ্য গঠন কৰাৰ পক্ষত  ঝাৰখণ্ড,গোৰ্খালেণ্ডৰ লগতে বৰ্মন কছাৰী ছাত্ৰসন্থা , বুণ্ডেলখান্দ আৰু বিদৰ্ভৰ সমৰ্থকে ভাষণ আগবঢ়ায়  ৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ লগতে সকলো উপস্থিত নেতা কৰ্মীসকলে বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ দাৱী জনায় ৷ কাইলৈ পুনৰ একেখন ঠাইৰ পৰা জন্তৰ-মন্তৰলৈ এক শোভাযাত্ৰা উলিয়াই বড়োসংগঠনসমূহে শক্তি প্ৰদৰ্শন কৰাৰ কথা দোহাৰিছে সংগঠনটোৰ নেতৃত্বই।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰনে শব্দ প্ৰদূষণ আৰু লেতেৰা পৰিবেশ সৃষ্টি কৰাৰ কাৰণে জন্তৰ মন্তৰত ৰাজহুৱা প্ৰতিবাদ নিষিদ্ধ কৰাৰ পিছতে ন্যায়াধীকৰণে ৰামলীলা মইদানকে এনে কামত ব্যৱহাৰ কৰাৰ অনুমতি দিছে যদিও সংগঠনসমূহৰ বাবে ই অতি ব্যয়বহুল হৈ পৰিছে। জন্তৰ মন্তৰ প্ৰতিবাদথলী হিচাপে মুকলি আছিল আৰু ইয়াৰ বাবে তাত কোনো ধন দিবলগীয়া হোৱা নাছিল। কিন্তু যোৱা ১৭ নৱেম্বৰত এবছুৱে প্ৰতিবাদৰ বাবে ৰামলীলা মইদান বুক কৰাৰ বাবদ দিল্লী পৌৰনিগমক দিবলগীয়া হ’ল ১,২১০৮০ টকা। ইয়াত জি এছ টিৰ বাবে ১০,০৮০ টকা অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ পূবৰ ভিতৰত ইমান ধন ব্যয় কৰি ৰামলীলা মইদানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা এবছু হ’ল প্ৰথমটো সংগঠন।

Apply Now
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :

এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd