• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

দুদিনীয়া দিমস্ৰাং মহোৎসৱৰ সামৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 9:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিন্ন প্ৰান্তৰ ভিন্ন সোৱাদৰ সংগীতৰ পয়োভৰৰ মাজত আজি গাৰো পাহাৰত সামৰণি পৰিল দিমস্ৰাং মহোৎসৱ। স্থানীয় যুৱ প্ৰতিভা তথা শিল্পীসকলক এখন মঞ্চ তথা বহল পৰিচয়ৰ সুযোগ প্ৰদান কৰাৰ লগতে মেঘালয়ৰ শিল্প-সংস্কৃতিক আনৰ আগত উন্মোচিত কৰি দিয়াৰ উদ্দেশ্য লৈ পতা দুদিনীয়া উৎসৱটোৰ সামৰণি অনুষ্ঠানটো হৈ পৰিছিল সংগীতৰ মূৰ্চনাৰ সপোনপুৰী। মুম্বাইৰ পৰা স্পাংক (Spunk) নামৰ ৰক বেণ্ডটো আৰু অসমৰ পৰা যোৱা গ্ৰেভিটি (Gravity) নামৰ সংগীত দলটো হৈ পৰিছিল মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আধুনিক ৰক শৈলীত পৰিৱেশন কৰা বলিউদৰ গীতৰ তালে তালে নিজকে এৰি দি দৰ্শকে সংগীতৰ প্ৰতি থকা তেওঁলোকৰ অনুৰাগৰ বহিৰ্প্ৰকাশ কৰিছিল। স্পাংকৰ অভিষেক চেটাৰ্জীয়ে কয় যে তেওঁলোক মেঘালয়ৰ মানুহৰ সংগীত প্ৰীতিত অতিশয় মোহিত হৈছে। ‘ইয়াৰ দৰ্শক বেচ ভাল লগা। আমি মেঘালয় আৰু উত্তৰ-পূবলৈ আকৌ আহিবলৈ ভাল পাম’। এইদৰে কয় চেটাৰ্জীয়ে। স্পাংকৰ উপৰি যুৱ শিল্পীৰে গঠিত অসমৰ গ্ৰেভিটি দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয়। লগতে আছে মেঘালয়ৰ হেইষ্টেক লেডিজ, ন’টছ অব এৰংগা আৰু ছেইফ এন ছাউণ্ডৰ দৰে বেণ্ডো। স্থানীয় বেণ্ডকেইটাই গাৰো গীত পৰিৱেশ কৰি উপস্থিতসকলক আহ্লাদিত কৰা দেখা গৈছিল। স্থানীয় গাৰো গীতৰ সমান্তৰালভাৱে পৰিৱেশিত হৈছিল খ্ৰীষ্টমাছ সম্পৰ্কীয় গীত, যি খ্ৰীষ্ট ধৰ্ম প্ৰধান দৰ্শক-শ্ৰোতাৰ মনবোৰক লৈ গৈছিল আগন্তুক খ্ৰীষ্টমাছৰ আনন্দৰ মাজলৈ। আনহাতে দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্তই কয়, ‘দিমস্ৰাং মহোৎসৱৰ জৰিয়তে আমি যুৱ চামক এখন মঞ্চ দিছো। এই অঞ্চলৰ লোকসকলে মনোৰঞ্জনমূলক অনুষ্ঠানৰো সোৱাদ পালে। এনে অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ অঞ্চলটোৰ সংস্কৃতি-পৰম্পৰাৰ সোৱাদ ল’বলৈ বাহিৰৰ মানুহক আকৰ্ষণ কৰিব খোজো, যাতে গাৰো পাহাৰো তেওঁলোকৰ ভ্ৰমণৰ এটা লক্ষ্য হয়।’

উল্লেখযোগ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিভাসন্ধানী প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল। তাৰ ভিতৰত আছিল সাজ-পাৰ প্ৰতিযোগিতা, থলুৱা খেল-ধেমালি, ভলিবল, ৩ জনীয়া দলৰ ফুটবল, পেইণ্টিং, পোষ্টাৰ বনোৱা আদি।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd