• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে : বাংলাদেশৰ সমাজ কল্যাণ মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 3:18 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাৰত-বাংলাদেশৰ সম্বন্ধ সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে। দুয়োখন দেশৰ মাজৰ সম্পৰ্কই আজিৰ তাৰিখতে আটাইতকৈ ভাল অৱস্থান লৈছে।‘ এই কথা আজি অকপটে স্বীকাৰ কৰিলে বাংলাদেশৰ পৰিয়াল কল্যাণ মন্ত্ৰী মহমদ নাছিমে। আজি আগৰতলাত অনুষ্ঠিত ‘বিজয় দিৱস’ত ভাগ লৈ ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ আখুৰা ইণ্টিগ্ৰেটেড চে’ক পোষ্টৰ জিৰ’ পইণ্টত মন্ত্ৰীজনে ভাৰত আৰু বাংলাদেশৰ সাংবাদিসকলৰ সৈতে মত বিনিময় কৰোতে এই গুৰুত্বপূৰ্ণ মন্তব্যটো কৰে। তেওঁ বাংলাদেশৰ স্বাধীনতা লাভত ভাৰতৰ অবিস্মৰণীয় বৰঙনিৰ বিষয়ে সুঁৱৰি কয়, ‘ভাৰত আৰু ইয়াৰ কোটি কোটি জনসাধাৰণৰ নিচৰ্ত সহায়ৰ ফলত বাংলাদেশে আজিৰ দিনটোতে ১৯৭১ চনত বিজয় লাভ কৰিছিল। বাংলাদেশৰ জাতিৰ পিতা বংগবন্ধুৰ নেতৃত্বত চলা স্বাধীনতা যুঁজত তদান্তীন ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী, তেওঁৰ চৰকাৰ, ভাৰতীয় সেনা আৰু ভাৰতীয় জনসাধাৰণে আমাক আশ্ৰয়, খাদ্য আনকি তেজ পৰ্য্যন্ত দি আমাৰ স্বাধীনতা লাভত সহায় কৰিছিল। আমি আৰু আমাৰ মানুহে সেই কথা কেতিয়াও পাহৰিব নোৱাৰে।‘ তেওঁ আৰু লগতে কয় যে ভাৰতলৈ আহি, বিশেষকৈ ত্ৰিপুৰালৈ আহি তেওঁ অত্যন্ত সুখী আৰু এতিয়া ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ মাজত এটা স্বাভাৱিক সম্পৰ্কই গঢ় লৈ উঠিছে আৰু দিন যোৱাৰ লগে লগে এই সম্পৰ্ক আৰু দৃঢ় হৈ গৈ থাকিব। মন্ত্ৰীজনে দুয়োখন দেশৰ চৰকাৰে একেলগে কাম কৰি থকা বুলি কৈ কয় যে দুয়োখন দেশৰ বৰ্তমানৰ চৰকাৰ দুখনে কিছুমান চুক্তিত উপনীত হৈছে আৰু মোদী আৰু শ্বেইখ হাছিনা চৰকাৰৰ দিনত দ্বিপাক্ষিক বাণিজ্য সম্পৰ্কৰ উন্নতি হৈছে। আমি এতিয়া শক্তি, যাতায়াত আৰু অন্যান্য খণ্ডত একেলগে কাম কৰি আছো। আটাইতকৈ ডাঙৰ সমস্যা আছিল সীমান্তৰ সমস্যাটো, যিটো সীমা চুক্তিৰ দ্বাৰা সমাধা কৰা হ’ল। তেওঁ এই পৰিৱৰ্তনবোৰৰ বাবেই দুয়োখন দেশৰ সম্পৰ্ক এতিয়া সৰ্বোত্তম হৈ আছে বুলি মত প্ৰকাশ কৰা বুলি কয়।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd