• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰং জিলাত চাৰিদিনীয়া গুণোৎসৱ কাৰ্য্যসূচীৰ সফল সামৰণি

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
January 8, 2018 5:28 pm
Gunotsav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিলাখনৰ ১২৮০ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় এক লাখ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা দৰং জিলাৰ গুণোৎসৱ কাৰ্য্যসূচীৰ যোৱা শনিবাৰে সফলতাৰে সামৰণি পৰে। অসমত নতুনকৈ আৰম্ভ হোৱা এই কাৰ্য্যসূচীটোত জিলাখনৰ সকলো ঠাইৰ সমাজৰ সৰ্বস্তৰৰ লোকে পূৰ্ণ সহযোগিতা আগ বঢ়োৱা বুলি শিক্ষা বিভাগৰ পৰা জানিবলৈ দিছে। জিলাখনত সৰ্বশিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই এন ই নাওক জনোৱা মতে এই মূল্যায়ন প্ৰক্ৰিয়াত ৫১৭ জন বহিঃপৰীক্ষকে বহুকেইজন জ্যেষ্ঠ চৰকাৰী বিষয়ায়ো বহিঃপৰীক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল। এইসকলৰ মাজত জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ প্ৰসাদ আৰু প্ৰতীম শইকীয়াই ক্ৰমে ছিপাঝাৰ শিক্ষা খণ্ডৰ অধীনৰ নাৰিকলী প্ৰাথমিক বিদ্যালয় আৰু বি জে বালিকা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁলোকৰ উপৰি আই এফ এছ বিষয়া হৃদেশ মিশ্ৰ আৰু অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কমাণ্ডেণ্ট নিতুল গগৈ, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিয়ামে ক্ৰমে মীনাপাৰৰ মাজগাওঁ প্ৰাথমিক বিদ্যালয় আৰু আউলাচুকাৰ বিয়না-ওজা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। গুণোৎসৱৰ মাজতে বিধায়ক বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস আৰু ইলিয়াছ আলীয়ে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ অধীনৰ বিদ্যালয় পৰিদৰ্শন কৰে।

গুণোৎসৱৰ অন্তিম দিনটোত কামৰূপ মহানগৰ জিলাৰ মিৰ্জাস্থিত ডায়েটৰ জ্যেষ্ঠ অনুষদী (ফেকাল্টি) বৰ্ণালী দাস পালে শোণিতপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত মূল্যায়ন সম্পন্ন কৰে। তেওঁ মূল্যায়ন সম্পন্ন কৰাৰ লগতে স্থানীয় লোকসকলৰ সৈতেও মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁ সমাজৰ পিছপৰা অংশটোৰ ছোৱালীসকলক আগ বঢ়াই নিয়াৰ বাবে অধিক চেষ্টা কৰা উচিত বুলি কয়।

Apply Now
ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd