• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত আৰক্ষীৰ তাণ্ডৱ : ৰাজপথত আৰক্ষী বিষয়াৰ সংবাদকৰ্মীক প্ৰহাৰ

মিণ্টু দাস by মিণ্টু দাস
June 29, 2018 9:51 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা আৰক্ষী বিভাগে সমাজত আইন-শৃংখলা বজাই ৰখাৰ লগতে সাধাৰণ জনতাক নিৰাপত্তা প্ৰদান কৰে। কিন্তু বৃহস্পতিবাৰে নিশা নগাঁৱত দেখা গ’ল ইয়াৰ এক বিপৰীত ছবি।

উল্লেখযোগ্য যে নগাঁৱৰ বৰ্ধিত চোৰ, ডকাইতিৰ ঘটনা ৰোধত ব্যৰ্থ আৰক্ষী বিভাগৰ এজন বিষয়াই বৃহস্পতিবাৰে নিশা বি এম চি নামৰ স্থানীয় কেবল নিউজৰ ভিডিঅ’ সম্পাদক অপল নাথক ৰাজপথতে বিনা কাৰণত মাৰপিট কৰে।

Apply Now

প্ৰাপ্ত তথ্য মতে বৃহস্পিতাবাৰে নিশা প্ৰায় ৮.৩০ বজাত হয়বৰগাঁৱৰ ইচলামপট্টিত অপল নাথে তেওঁৰ স্কুটিখন ৰাখি তেওঁৰ বন্ধু এজনৰ লগত কথা পাতি থকা অৱস্থাতে সেই স্থানত উপস্থিত হয় হয়বৰগাঁও আৰক্ষী চকীৰ এটা তহলদাৰী দল।

আৰু তহলদাৰী দলটো অহা এজন আৰক্ষী উপ-পৰিদৰ্শক মুক্তাৰ আহমেদে অপল নাথক গালি-গালাজ পাৰি প্ৰহাৰ কৰাৰ লগতে তেওঁৰ স্কুটীখনৰো ক্ষতি সাধন কৰে। আনকি অপল নাথে নিজকে সাংবাদিক বুলি পৰিচয় দিয়াৰ পিছতো আৰক্ষক্ষী বিষয়াজনে সংবাদ মাধ্যমক উদ্দেশ্যি গালি -গালাজ পাৰি নাথক আৰক্ষী থানালৈ নৈ যায়।

তাৰোপৰি আৰক্ষী থানাত নি অপল নাথক ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সন্মুখতে প্ৰহাৰ কৰাৰ লগতে নাথৰ মোবইল ফোনটোও কাঢ়ি লয়। পিছত অপল নাথৰ ককায়েক আৰক্ষী চকীত উপস্থিত হোৱাতহে আৰক্ষীয়ে স্বাক্ষৰ লৈ তেওঁক এৰি দিয়ে।

ইফালে আৰক্ষীৰ প্ৰহাৰত কাণ আৰু পিঠিত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সংবাদকৰ্মীজনক চিকিৎসা কৰিবলগীয়া হয়।

আনহাতে ঘটনা সম্পৰ্কত কালি নিশাই আৰক্ষী বিষয়া মুক্তাৰ আহমেদৰ বিৰুদ্ধে নগাঁও সদৰ থানাত অপল নাথে এক এজাহাৰ দাখিল কৰে। ইফালে আৰক্ষী বিষয়া মুক্তাৰ আহমেদেও আজি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে কালিৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও জিলা সমিতিয়ে জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে অপল নাথক চিকিৎসাৰ ব্যয় আৰক্ষীয়ে বহন কৰাৰ দাবী জনোৱাৰ লগতে হয়বৰগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ‘আজু’ৰ নগাঁও জিলা সমিতিয়ে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd