• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ বৰকলাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ জোঁৰ সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 12:18 pm
নগাঁওত জোৰ সমদল
105
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বহস্পতিবাৰে সন্ধিয়া নগাঁও জিলাৰ বৰক’লা অঞ্চলৰ ৰাজপথত সদৌ তিৱা ছাত্ৰ সন্থা, বৰক’লা আঞ্চলিক সমিতিয়ে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী সমদলত শতাধিক প্ৰতিবাদীয়ে অংশ গ্ৰহণ কৰি ৰাজপথ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক যি কোনো মূল্যৰ বিনিময়ত বাতিল কৰিব লাগিব বুলি কৈ আইনখন বাতিল নহ’লে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

উল্লেখোগ্য যে কালি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ”সাংবাদিক সতীৰ্থ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰি”ৰ অন্তৰ্গত সাংবাদিক সকলৰ আহ্বান ক্ৰমে আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিভিন্ন দল-সংগঠনৰ সহযোগত যোৱা ১৩ মে’ত পুৰণিগুদামস্থিত ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত এখন বৃহৎ গণজাগৰণ সভা অনুষ্ঠিত হৈছিল।

নগাঁৱত সম্প্ৰতি প্ৰতিদিনে দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰুদ্ধ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd