• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বছৰক আদৰণি : বনভোজৰ উল্লাসক আঁকোৱালি ল’বলৈ সাজু হৈ উঠিছে শ্বিলং

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 1:10 pm
চেৰাপুঞ্জীৰ জীৱন্ত শিপাৰ দলঙত বনভোজ প্ৰেমীৰ উল্লাস

চেৰাপুঞ্জীৰ জীৱন্ত শিপাৰ দলঙত বনভোজ প্ৰেমীৰ উল্লাস

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খ্ৰীষ্টমাছ উদযাপনৰ মাদকতা শেষ হোৱাৰ সময়তে পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং বনভোজৰ উল্লাস আঁকোৱালি ল’বলৈ সাজু হৈ উঠিছে।

মেঘৰ আলয়ৰ পাইন চহৰখনে গোটেই দেশৰ লগতে বিদেশৰো পৰ্যটকক আকৰ্ষণ কৰি আহিছে।

Apply Now
উমিয়াম হ্ৰদৰ পাৰত বনভোজ উপভোগ কৰিছে বনভোজ প্ৰেমীয়ে

চহৰখনৰ পৰ্যটনস্থলীসমূহ দেশৰ বিভিন্ন অংশৰ পৰা অহা লোকেৰে ভৰি পৰে। বিশেষকৈ চুবুৰীয়া অসম,  উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখন আৰু লগতে পশ্চিমবংগৰ পৰা অহা ভ্ৰমণকাৰীৰে ভৰি পৰে চহৰখন।

মেঘালয়ৰ ৰাজধানী চহৰখনৰ নিকটৱৰ্তী অঞ্চলত অৱস্থিত বৰাপানী হিচাপে পৰিচিত বিখ্যাত উমিয়াম হ্ৰ’দ হৈছে অন্যতম পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু বনভোজ প্ৰেমীয়ে নতুন বছৰক আদৰিৱলৈ প্ৰতিদিনে তাত বনভোজৰ আয়োজন কৰে আৰু ৰঙ-ৰ’হইচেৰে হিয়া মন উপচাই তোলে।

আনহাতে, আসন্ন বিধানসভাৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰো প্ৰায়ভাগেই ৰাইজৰ ওচৰ চপাৰ কৌশল হিচাপে সামূহিক ভোজ আৰু ৰাজনৈতিক বনভোজৰ আয়োজন কৰি উৎসৱৰ আনন্দ ভগাই লয়।

ছিলঙৰ হোটেলবোৰ এই সময়ত পৰ্যটকেৰে ভৰি পৰে আৰু আগতীয়াকৈ কোঠা বুক নকৰাকৈ আহি ছিলঙত উপস্থিত হোৱা পৰ্যটকসকলে একপ্ৰকাৰ সংকটত পৰিবলগীয়া হয়।

 

লইতলুমৰ এটি দৃশ্যপট

হালধীয়া আৰু ক’লা ৰঙৰ স্থানীয় টেক্সিবোৰ এই সময়ত অতি ব্যস্ত হৈ পৰে। সকলোৱে বিচৰা এই টেক্সিবোৰত উঠি যাত্ৰীসকলে চহৰখনৰ ইটো পৰ্যটন স্থলীৰ পৰা সিটোলৈ গতি কৰে। বহুতে কাষৰীয়া বনভোজস্থলীলৈ যাবলৈকে এই টেক্সিবোৰ ব্যৱহাৰ কৰে।

মাওফ্লাঙৰ সংৰক্ষিত বনাঞ্চল হৈছে আন এটা উৎকৃষ্ট বনভোজস্থলী। অৱশ্যে ইয়াত বনভোজ দলৰ বাবে ঠাইসমূহ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা পালন কৰিবলগীয়া আছে।

চেৰাপুঞ্জি সদায়েই অনৱগুণ্ঠিত এক স্থান। ইয়াৰ ৰিজ’ৰ্টসমূহ এই সময়ত পৰ্যটকেৰে ভৰি পৰে। তদুপৰি দিনজোৰা বনভোজ প্ৰেমীৰ ভিৰটো আছেই।

নৈসৰ্গিক শোভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আৰু হিন্দী চলচ্চিত্ৰ ‘ৰক অ’ন ইট’ এ বহিৰ্বিশ্বৰ সৈতে পৰিচয় কৰি দিয়া লইতলুম হৈছে  বনভোজ প্ৰেমীৰ বাবে শেহতীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd